Multi Tasking Staff Examination 2019 |
ভাৰত চৰকাৰৰ অধীনত থকা বিভিন্ন বিভাগ, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত খালী হোৱা মাল্টি টাষ্কিং ষ্টাফ পদত নিযুক্তিৰ বাবে Staff Selection Commission এ Multi Tasking Staff Examination 2019 অনুষ্ঠিত কৰিব।
Multi Tasking Staff Examination 2019
পদৰ নাম: মাল্টি টাষ্কিং ষ্টাফ (নন টেকনিকেল)
পদৰ সংখ্যা: 10,000+ (সলনি হব পাৰে)
দৰমহা: Pay Band 1@ Rs.5200 to 20200/ আৰু GP@Rs.1800/
Multi Tasking Staff Examination 2019
Multi Tasking Staff Examination 2019 ৰ সম্পূৰ্ণ বিবৰণ:
শৈক্ষিক অৰ্হতা:
মেট্ৰিক পাছ বা তাৰ সমপৰ্যায়ৰ
বয়স:
01/08/2019 তাৰিখত 18 ৰ পৰা 25 বছৰ ভিতৰত হব লাগিব। OBC/ESM ৰ বাবে 3 বছৰ, SC/ST ৰ বাবে 5 বছৰ আৰু PWD ৰ বাবে 10 বছৰ বয়সৰ উচ্চ সীমা ৰেহাই দিয়াৰ ব্যৱস্থা আছে।
Multi Tasking Staff Examination 2019
পৰীক্ষাৰ মাচুল:আবেদনকাৰীয়ে 100 টকাৰ পৰীক্ষা মাচুল অনলাইন BHIM UPI/Debit Card/ Credit Card/ Net banking ৰ যোগেদি বা অফলাইনত SBI Challan ৰ যোগে দিব লাগিব।
SC/ST/PWD/ESM আৰু মহিলা পাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে
Multi Tasking Staff Examination 2019
পৰীক্ষাৰ কেন্দ্ৰ:
অসমৰ বাবে পৰীক্ষা কেন্দ্ৰ সমূহ হল- গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট আৰু তেজপুৰ
কেনেকৈ আবেদন কৰিব:
আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ অনলাইন। তলত দিয়া লিংকত গৈ আবেদন কৰিব পাৰে। প্ৰথমতে Login Section ৰ তলত থকা New User? Register Now ত ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ সম্পূৰ্ণ হোৱাৰ পিছত আকৌ Login কৰি আবেদন সম্পূৰ্ণ কৰিব লাগিব।
আবেদন কৰিবলৈ ক্লিক কৰক: Click Here
Important Dates:
আবেদন আৰম্ভ হৈছে: 22/04/219
আবেদনৰ অন্তিম তাৰিখ: 29/05/2019
মাচুল দিয়াৰ অন্তিম তাৰিখ: 31/05/2019
Multi Tasking Staff Examination 2019
পৰীক্ষাৰ প্ৰকাৰ:
পৰীক্ষা দুটা পৰ্যায়ত অনুষ্ঠিত হব।
1. Tier-1
2. Tier-2
1. Tier-1
Tier-1 ৰ পৰীক্ষা MCQ প্ৰকাৰৰ হব। এই পৰীক্ষা অনলাইনত হব অৰ্থাৎ Computer Based হব। এই পৰীক্ষা 02/08/2019 ৰ পৰা 06/09/2019 লৈ অনুষ্ঠিত হব। এই পৰীক্ষাৰ মাধ্যম ইংৰাজী আৰু হিন্দী হব।
Tier 1 পৰীক্ষাৰ চিলেবাছ-
মুঠ নম্বৰ-100
সময়-90 মিনিট
1. General English: 25 Marks
2.General Intelligence & Reasoning: 25 Marks
3. Numerical Aptitude: 25 Marks
4. General Awareness: 25 Marks
এই পৰীক্ষাত প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবদ 1/4 নম্বৰ কটা যাব।
Multi Tasking Staff Examination 2019
2. Tier-2
এই পৰীক্ষাটো 17/11/2019 তাৰিখত অনুষ্ঠিত হব।
এই পৰীক্ষা বিবৰণমূলক হব। অসমৰ পাৰ্থী সকলে আসমীয়াতে এই পৰীক্ষা দিব পাৰিব।
এই পৰীক্ষাৰ চিলেবাছ এনে ধৰণৰ-
1. চুটি ৰচনা বা চিঠি- মুঠ নম্বৰ 50, সময় 30 মিনিট।
আবেদন কৰাত কিবা অসুবিধা পালে তলত কমেন্ট বক্সত গৈ কমেন্ট কৰক।