Last Date: 26 এপ্ৰিল,2019
শ্ৰীগুৰু টেগবাহাদুৰ খালছা কলেজত 41 টা অনাশিক্ষক পদত নিযুক্তিৰ বাবে আগ্ৰহী আৰু অৰ্হতাসম্পন্ন পাৰ্থীৰ পৰা বাবে আবেদন বিচৰা হৈছে।
পদৰ বিবৰণ (Details of Posts):
পদৰ সংখ্যা: 41 টা।
দিল্লী বিশ্ববিদ্যালয়ৰ অধীনত নিযুক্তি দিব লগা বিভিন্ন বিভাগৰ পদ সমূহ হল-
1. লাইব্ৰেৰীয়ান: 1 টা
2. এডমিনিষ্ট্ৰেটিভ অফিচাৰ: 1 টা
3. ছিনিয়ৰ টেকনিকেল এছিছটেন্ট: 1 টা
4. মিউজিয়াম কিউৰেটৰ: 1 টা
5. জুনিয়ৰ এছিছটেন্ট: 3 টা
6. লাইব্ৰেৰী এটেনডেণ্ট: 3 টা
7. লেব'ৰেটৰী এটেনডেণ্ট: 31 টা
অৰ্হতা
(Qualification):
পদ অনুসৰি বিভিন্ন
বয়স (Age):
1. লাইব্ৰেৰীয়ান: 35 বছৰ
2. এডমিনিষ্ট্ৰেটিভ অফিচাৰ: 35 বছৰ
3. ছিনিয়ৰ টেকনিকেল এছিছটেন্ট: 30 বছৰ
4. মিউজিয়াম কিউৰেটৰ: 27 বছৰ
5. জুনিয়ৰ এছিছটেন্ট: 27 বছৰ
6. লাইব্ৰেৰী এটেনডেণ্ট: 27 বছৰ, আৰু
7. লেব'ৰেটৰী এটেনডেণ্ট: 27 বছৰৰ ভিতৰত হব লাগিব।
দৰমহা (Salary):
1. লাইব্ৰেৰীয়ান:
PB@Rs.15600-39100/ + GP=Rs.6000/
2. এডমিনিষ্ট্ৰেটিভ অফিচাৰ: PB@Rs.15600-39100/ + GP=Rs.5400/
3. ছিনিয়ৰ টেকনিকেল এছিছটেন্ট:
PB@Rs.9300-34800/ + GP=Rs.4200/
4. মিউজিয়াম কিউৰেটৰ: PB@Rs.5200-20200/ + GP=Rs.2800/
5. জুনিয়ৰ এছিছটেন্ট: PB@Rs.5200-20200/ + GP=Rs.1900/
6. লাইব্ৰেৰী এটেনডেণ্ট:PB@Rs.5200-20200/ + GP=Rs.1800/, আৰু
7. লেব'ৰেটৰী এটেনডেণ্ট:
PB@Rs.5200-20200/ + GP=Rs.1800/
কেনেকৈ আবেদন কৰিব (How to
Apply):
আগ্ৰহী পাৰ্থী সকলে 26 এপ্ৰিল,2019 ৰ ভিতৰত পোৱাকৈ আবেদন কৰিব লাগিব।