ভাৰতীয় ষ্টেট বেংকৰ অধীনত খালী হোৱা 2000
টা Probationary Officer পদৰ বাবে ইচ্ছুক আৰু অৰ্হতা সম্পন্ন ভাৰতীয় নাগৰিকৰ পৰা অনলাইন আবেদন বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে।
SBI Probationary Officer Recruitment 2019
SBI Probationary Officer Recruitment 2019
পদসমূহ বিৱৰণ (Details of Posts):
পদৰ নাম: Probationary Officer
পদৰ সংখ্যা: 2000 টা
ইয়াৰে 810 টা সাধাৰণ শ্ৰেণী (General) ৰ পাৰ্থীৰ বাবে, 540
টা OBC
পাৰ্থীৰ বাবে,
300 টা SC পাৰ্থীৰ বাবে,
150 টা ST পাৰ্থীৰ বাবে আৰু 200 টা আৰ্থিক ভাৱে পিছপৰা
(EWS) পাৰ্থীৰ বাবে সংৰক্ষিত।
SBI Probationary Officer Recruitment 2019
SBI Probationary Officer Recruitment 2019
পদসমূহত আবেদনৰ বাবে প্ৰয়োজনীয় অৰ্হতা (Essential Qualification):
1. শিক্ষাগত অৰ্হতা
(Education Qualification):
যিকোনো বিষয়ত গ্ৰেজুৱেত ডিগ্ৰী বা তাৰ সমপৰ্যায়ৰ ডিগ্ৰী। Last
Year বা
Final Semester ৰ
পৰীক্ষা দিয়া পাৰ্থীসকলেও আবেদন কৰিব পাৰিব, কিন্তু তেওঁলোকে
31/08/2019 ৰ আগতে পাছ কৰিব লাগিব।
SBI Probationary Officer Recruitment 2019
2. বয়সৰ সীমা
(Age Limit):
সৰ্বনিম্ন 21 বছৰ আৰু সৰ্বোচ্চ 30 বছৰ
01/04/2019 তাৰিখত।
OBC ৰ বাবে 3 বছৰ,
SC/ST ৰ বাবে 5 বছৰ আৰু PWD
ৰ বাবে 10 বছৰ বয়সৰ উচ্চসীমা ৰেহাই দিয়া হব।
SBI Probationary Officer Recruitment 2019
SBI Probationary Officer Recruitment 2019
দৰমহা (Salary):
Pay Band: Basic pay Rs. 27,620/- in the scale of 23700-980/7-30560-1145/2-32850-1310/7-42020 টকা, লগতে অন্যান্য বানচ সমূহ।
SBI Probationary Officer Recruitment 2019
আৱেদন মাচুল(Application
Fees):
1. General/OBC/EWS শ্ৰেণীৰ পাৰ্থীয়ে 750
টকা আৰু
2. SC/ST/PWD/XS শ্ৰেণীৰ পাৰ্থীয়ে 125
টকা আৱেদন মাচুল দিব লাগিব।
SBI Probationary Officer Recruitment 2019
SBI Probationary Officer Recruitment 2019
কেনেকৈ আৱেদন কৰিব (How to Apply):
যিসকল পাৰ্থীয়ে SBI Probationary Officer
Recruitment 2019 ৰ
বাবে প্ৰয়োজনীয় চৰ্তসমূহ পূৰণ কৰিছে তেওঁলোকে অনলাইন যোগে আৱেদন কৰিব লাগিব।
অনলাইন এপ্লাই লিংক তলত দিয়া আছে। তাত গৈ প্ৰথমতে
Register কৰিব লাগিব। তাৰ পাছত পুনৰ
Login কৰি নিজৰ সম্পূৰ্ণ তথ্য ভৰাই অনলাইনত
Payment কৰিব লাগিব।
SBI Probationary Officer Recruitment 2019
SBI Probationary Officer Recruitment 2019
বাছনি প্ৰক্ৰিয়া(Selection
Process):
পদসমূহৰ বাছনি প্ৰক্ৰিয়া 3 টা পৰ্যায়ত হব-
1. Preliminary Examination: MCQ
2. Main Examination: Descriptive
3. Group
Exercise & Interview
SBI Probationary Officer Recruitment 2019
SBI Probationary Officer Recruitment 2019
অসমৰ বাবে নিৰ্ধাৰিত পৰীক্ষা কেন্দ্ৰ সমূহ হল:
For Prelims: গুৱাহাটী, ডিব্ৰুগড়,
যোৰহাট, তেজপুৰ
আৰু শিলচৰ
For Mains and Interview: গুৱাহাটী
SBI Probationary Officer Recruitment 2019
Important তাৰিখ:
1. অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে: 02
এপ্ৰিল,
2019
2. অনলাইন আবেদন প্ৰক্ৰিয়া শেষ হব: 22
এপ্ৰিল, 2019
SBI Probationary Officer Recruitment 2019
SBI Probationary Officer Recruitment 2019
Important ৱেব লিংক: