Swachh Bharat Mission Assam Recruitment 2019
স্বচ্ছ ভাৰত মিছন অসম (গ্ৰামীণ)ত খালী হোৱা নিম্নলিখিত পদসমূহত নিযুক্তিৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতা সম্পন্ন পাৰ্থীৰ পৰা আবেদন বিছাৰি বিভাগীয় মিছন সঞ্চালক এ বিজ্ঞাপন প্ৰকাশ কৰিছে।Swachh Bharat Mission Assam Recruitment 2019: Vacancy Details
মুঠ পদৰ সংখ্যা: 2 টা
ইয়াৰে...
1. State SLWM Specialist: 1 টা
2. State Monitoring and Evaluation Specialist: 1 টা
এই পদসমূহ স্বচ্ছ ভাৰত মিছন অসম (গ্ৰামীণ)ৰ ৰাজ্যিক কাৰ্যলয়, গুৱাহাটীত পূৰণ কৰা হব।
Swachh Bharat Mission Assam Recruitment 2019: Educational Qualification
1. State SLWM Specialist:
এই পদটিৰ বাবে আবেদন কাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা Environmental Science/ Environmental Engineering/ Energy Technology/ Civil engineering/ Rural development/ Urban Planning and development বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা হব লাগিব। লগতে সংশ্লিষ্ট বিষয়ত পাছ বছৰৰ অভিজ্ঞতা লাগিব।
তদুপৰি ইংৰাজী বিষয়ত বুৎপত্তি থকাৰ উপৰিও কম্পিউটাৰৰ সাধাৰণ জ্ঞান থাকিব লাগিব।
2. State Monitoring and Evaluation Specialist:
এই পদটিৰ বাবে আবেদন কাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা Computer Engineering/ Computer science/ Information Technology/ ICT বিষয়ত B.E./ B.Tech নাইবা MCA/ M.Sc. in Electronics/M.Sc. in Statistics ডিগ্ৰী লাভ কৰা হব লাগিব। লগতে সংশ্লিষ্ট বিষয়ত পাছ বছৰৰ অভিজ্ঞতা লাগিব।
তদুপৰি ইংৰাজী ভাষাৰ বুৎপত্তি থকাৰ উপৰিও কম্পিউটাৰৰ সাধাৰণ জ্ঞান থাকিব লাগিব।
Swachh Bharat Mission Assam Recruitment 2019: Salary
1. State SLWM Specialist: প্ৰতিবছৰে 12 ৰ পৰা 18 লাখ2. State Monitoring and Evaluation Specialist:
প্ৰতিবছৰে 06 ৰ পৰা 10 লাখ
Swachh Bharat Mission Assam Recruitment 2019: Age
1. State SLWM Specialist:
উক্ত পদৰ বাবে পাৰ্থীৰ বয়স 32 ৰ পৰা 45 বছৰ হব লাগিব।
2. State Monitoring and Evaluation Specialist:
উক্ত পদৰ বাবে পাৰ্থীৰ বয়স 28 ৰ পৰা 38 বছৰ হব লাগিব।
Swachh Bharat Mission Assam Recruitment 2019: How to apply
ইচ্ছুক আৰু যোগ্যতা সম্পন্ন পাৰ্থীয়ে উল্লেখিত ফৰ্মত (তলত ফৰ্মৰ লিংক দিয়া হৈছে) ভৰ্তি কৰি নিজৰ সকলো বোৰ নথি পত্ৰ সহ তলত দিয়া Email ত জমা দিব লাগিব।Email Id: sbmgassamrecruitment2019@gmail.com
আবেদনৰ অন্তিম তাৰিখ : 15/06/2019
অধিক জানিবলৈ বিভাগৰ ৱেবছাইটৰ সহায় লব পাৰে।
ৱেবচাইট: ইয়াত ক্লিক কৰক
ফৰ্ম ডাউনলোড কৰিবলৈ: ইয়াত ক্লিক কৰক