South Indian Bank Recruitment 2019
ছাউথ ইণ্ডিয়ান বেংকত 545 টা পদৰ বাবে ইচ্ছুক আৰু অৰ্হতাসম্পৰ্ণ ভাৰতীয় নাগৰিকৰ পৰা অনলাইন আবেদন বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰা হৈছে।South Indian Bank Recruitment 2019: Details of Posts
মুঠ পদৰ সংখ্যা: 545 টা1. Probationary Clerk: 385 টা
ইয়াৰে 75 টা South Zone আৰু 310 টা North Zone ৰ।
South Zone: অসম, বিহাৰ, মেঘালয়, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা
North Zone: অন্ধ্ৰ প্ৰদেশ, কেৰেলা, তামিলনাডু, তেলেংগানা
2. Probationary Officer: 160 টা
South Indian Bank Recruitment 2019: Age
1. Probationary Clerk: 30/06/2019 তাৰিখত 26 বছৰৰ ভিতৰত হব লাগিব।2. Probationary Officer: 30/06/2019 তাৰিখত 26 বছৰৰ ভিতৰত হব লাগিব।
South Indian Bank Recruitment 2019: Educational Qualification
1. Probationary Clerk: যিকোনো বিষয়ত 60% নম্বৰ লৈ উচ্চতৰ মাধ্যামিক বা গ্ৰেজুৱেত হব লাগিব।2. Probationary Officer: যিকোনো বিষয়ত 60% নম্বৰ লৈ গ্ৰেজুৱেত হব লাগিব।
South Indian Bank Recruitment 2019: Salary
দৰমহা-1. Probationary Clerk: প্ৰতিমাহে 11,765 ৰ পৰা 31,549 টকা।
2. Probationary Officer: প্ৰতিমাহে 23,700 ৰ পৰা 42,020 টকা।
South Indian Bank Recruitment 2019: Application Fees
1. Probationary Clerk:i. General/OBC: 600 টকা
ii. ST/SC/PH: 150 টকা
2. Probationary Officer:
i. General/OBC: 800 টকা
ii. ST/SC/PH: 200 টকা
South Indian Bank Recruitment 2019: How to Apply
ইচ্ছুক আৰু উপযুক্ত অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলে অনলাইন যোগেদি আবেদন কৰিব লাগিব । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে । তাত গৈ আবেদন কৰিব পাৰে।South Indian Bank Recruitment 2019: Important Dates
অনলাইন আবেদন সমাপ্ত হব- 30 জুন, 2019South Indian Bank Recruitment 2019: Important Links
1. অনলাইন আবেদন লিংক:Probationary Clerk: ইয়াত ক্লিক কৰক
Probationary Officer: ইয়াত ক্লিক কৰক
2. সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক