অসম হিলছ মেডিকেল কলেজ আৰু গৱেষণা সংস্থা , ডিফুত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।
Assam Hills Medical College & Research Institute, Diphu Grade-III (Technical) Recruitment 2019: Details of Posts
পদৰ সংখ্যা: 93 টা
পদৰ নাম:
১/ লেৱ টেকনিচিয়ান-৩৮ টা
২/ টেকনিচিয়ান (এনেচথেছিয়লোজী)- ০৮টা
৩/টেকনিচিয়ান (অ'ডিওমেট্ৰি)- ০১ টা
৪/ টেকনিচিয়ান (ৰেডিয়'গ্ৰাফী)-০৮টা
৫/টেকনিচিয়ান (ৰেডিয়'থেৰেপি)-০২টা
৬/টেকনিচিয়ান (অডিওভিজুৱেল এইড এণ্ড ফটোগ্ৰাফী)-১১টা
৭/ OT টেকনিচিয়ান-০৬টা
৮/ ই চি জি টেকনিচিয়ান-০১টা
৯/ ডেণ্টেল টেকনিচিয়ান-০৪
১০/ প্ৰছথেলিক এণ্ড অৰ্থোটিক টেকনিচিয়ান-০২টা
১১/Speech থেৰাপিষ্ট-০২টা
১২/ ফিজিওথেৰাপিষ্ট-০২টা
১৩/ অকোপেচনেল থেৰাপিষ্ট-০২টা
১৪/ মাল্টি ৰিহেবিলিটেছন ওৰ্কাৰ-০৪টা
১৫/ কেটাল'গাৰ-০১টা
১৬/ টেকনিচিয়ান Opthalmology-০১টা
Assam Hills Medical College & Research Institute, Diphu Grade-III (Technical) Recruitment 2019: Educational Qualification
1. HSSLC লগতে লেৱ টেকনিচিয়ানৰ ডিপ্লমাধাৰী/চাৰ্টিফিকেট থাকিব লাগিব।
2. HSSLC (বিজ্ঞান) লগতে এনেচথেছিয়লোজী ডিপ্লমাধাৰী হব লাগিব।
3. অ'ডিওমেট্ৰি আৰু Speech পেথ'লোজী ডিগ্ৰীধাৰী
4. HSSLC (বিজ্ঞান) লগতে ৰেডিয়'গ্ৰাফী টেকনিচিয়ানৰ চাৰ্টিফিকেট থাকিব লাগিব।
5/ HSSLC (বিজ্ঞান) লগতে ৰেডিয়'থেৰাপি টেকনিচিয়ানৰ ডিপ্লমাধাৰী হব লাগিব। পি জি ডিপ্লমাধাৰীক
অগ্ৰাধিকাৰ দিয়া হব।
6/ আই টি আই চাৰ্টিফিকেট।
7/ HSSLC (বিজ্ঞান) লগতে OT টেকনিচিয়ানৰ ডিপ্লমাধাৰী হব লাগিব।
8/ ই চি জি টেকনিচিয়ানৰ ডিপ্লমাধাৰী/চাৰ্টিফিকেট নতুবা কাৰ্ডিয়েক কেয়াৰ টেকনলজি ৰ ডিপ্লমাধাৰী হব লাগিব।
9/HSSLC (বিজ্ঞান) লগতে OT ডেণ্টেল টেকনিচিয়ান ৰ ২বছৰৰ ডিপ্লমাধাৰী হব লাগিব।
10/ অৰ্থোটিক টেকনিচিয়ানৰ ডিপ্লমাধাৰী/ডিগ্ৰীধাৰী হব লাগিব।
11/HSSLC (বিজ্ঞান) লগতে Speech থেৰাপিষ্ট ৰ ডিগ্ৰীধাৰী হব লাগিব।
12/ ফিজিওথেৰাপি ৰ ডিপ্লমাধাৰী/ডিগ্ৰীধাৰী হব লাগিব।
13/ফিজিওথেৰাপি ৰ ডিপ্লমাধাৰী হব লাগিব।
14//HSSLC (বিজ্ঞান) লগতে মাল্টি ৰিহেবিলিটেছন ওৱৰ্কডিপ্লমাধাৰী/ এম আৰ টেকনিচিয়ান হব5 লাগিব।
15/ লাইৱ্ৰাৰী ছাইণ্স ৰ ডিপ্লমাধাৰী/ডিগ্ৰীধাৰী হব লাগিব।
16/ Opthalmology ডিপ্লমাধাৰী/ডিগ্ৰীধাৰী হব লাগিব।
Assam Hills Medical College & Research Institute, Diphu Grade-III (Technical) Recruitment 2019: Salary
নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে
১/ লেৱ টেকনিচিয়ান-১৪,০০০-৪৯,০০০ GP-৬২০০
২/ টেকনিচিয়ান (এনেচথেছিয়লোজী)-১৪,০০০-৪৯,০০০ GP-৬২০০
৩/টেকনিচিয়ান (অ'ডিওমেট্ৰি) -১৪,০০০-৪৯,০০০ GP-৬২০০
৪/ টেকনিচিয়ান (ৰেডিয়'গ্ৰাফী)-১৪,০০০-৪৯,০০০ GP-৬২০০
৫/টেকনিচিয়ান (ৰেডিয়'থেৰেপি)-১৪,০০০-৪৯,০০০ GP-৬২০০
৬/টেকনিচিয়ান (অডিওভিজুৱেল এইড এণ্ড ফটোগ্ৰাফী)-১৪,০০০-৪৯,০০০ GP-৬৮০০
৭/ OT টেকনিচিয়ান-১৪,০০০-৪৯,০০০ GP-৬২০০
৮/ ই চি জি টেকনিচিয়ান-১৪,০০০-৪৯,০০০ GP-৫,৬০০
৯/ ডেণ্টেল টেকনিচিয়ান-১৪,০০০-৪৯,০০০ GP-৬২০০
১০/ প্ৰছথেলিক এণ্ড অৰ্থোটিক টেকনিচিয়ান-১৪,০০০-৪৯,০০০ GP-৬২০০
১১/Speech থেৰাপিষ্ট-১৪,০০০-৪৯,০০০ GP-৮,০০০
১২/ ফিজিওথেৰাপিষ্ট-১৪,০০০-৪৯,০০০ GP-৭,৪০০
১৩/ অকোপেচনেল থেৰাপিষ্টফিজিওথেৰাপিষ্ট-১৪,০০০-৪৯,০০০ GP-৭,৪০০
১৪/ মাল্টি ৰিহেবিলিটেছন ওৰ্কাৰ১৪,০০০-৪৯,০০০ GP-৫,৬০০
১৫/ কেটাল'গাৰ১৪,০০০-৪৯,০০০ GP-৫,৬০০
১৬/ টেকনিচিয়ান Opthalmology১৪,০০০-৪৯,০০০ GP-৫,৬০০
Assam Hills Medical College & Research Institute, Diphu Grade-III (Technical) Recruitment 2019: Age Limit:
আবেদনকাৰীৰ বয়স 01.01.2019 তাৰিখত 18 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হব লাগিব।Assam Hills Medical College & Research Institute, Diphu Grade-III (Technical) Recruitment 2019: How to Apply:
ইচ্ছুক আৰু অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলে 06.07.2019 তাৰিখৰ পৰা 26.07.2019 তাৰিখৰ ভিতৰত অনলাইন যোগেদি আবেদন কৰিব লাগিব।Assam Hills Medical College & Research Institute, Diphu Grade-III (Technical) Recruitment 2019: Important Dates:
অনলাইন আবেদন আৰম্ভ হব: 06.07.2019অনলাইন আবেদন শেষ হব:
Online Application Link
অনলাইন আবেদন কৰিবলৈ: ইয়াত ক্লিক কৰক
সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক