NEIGRIHMS, Shillong Recruitment 2019
নৰ্থ ইষ্টাৰ্ন ইন্দিৰা গান্ধী ৰিজনেল ইনছটিটিউত অফ হেল্থ এণ্ড মেডিকেল ছায়ন্স, শ্বিলঙত 255 টা বিভিন্ন গ্ৰুপ B আৰু C পদত চাকৰিত নিযুক্তিৰ বাবে উপযুক্ত অৰ্হতাৰ ভাৰতীয় প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে।
পদসমূহৰ বিৱৰণ:
মুঠ পদৰ সংখ্যা: 255 টা।
ইয়াৰে...
1. নাৰ্চিং অফিচাৰ: 231 টা [SC-34, ST-17, OBC-62, EWS-23, UR-95]
বয়স: 35 বছৰৰ ভিতৰত হব লাগিব।
অৰ্হতা:
1. কোনো স্বীকৃতি প্ৰাপ্ত বোৰ্ডৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ বা তাৰ সমপৰ্যায়ৰ।
2. কোনো স্বীকৃতি প্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা নাৰ্চিং আৰু ধাত্ৰীবিদ্যাৰ প্ৰমাণপ্ৰত্ৰ লাভ কৰা হব লাগিব নাইবা পুৰুষ নাৰ্ছৰ বাবে সমপৰ্যায়ৰ অৰ্হতা।
3. স্টেট নাৰ্চিং কাউন্সিলৰ গ্ৰুপ A পঞ্জীয়ন থাকিব লাগিব।
2. কাৰিকৰী সহায়ক: 24 টা (11-UR, 10-ST,1-OBC,2-EWS)
বয়স: 35 বছৰৰ ভিতৰত হব লাগিব।
অৰ্হতা: দশম শ্ৰেণী উত্তীৰ্ণ/ বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক(PCB)/ BMLT/ B.Sc.
Also Read:
- ডিব্ৰুগড় বিশ্ববিদ্যালয়ত জনস্বাস্থ্য কাৰিকৰী বিভাগত চাকৰি
- অসম দক্ষতা বিকাশ মিছনত চাকৰি
- সশস্ত্ৰ সীমা বাহিনীত 150 পদত চাকৰি
- হস্ততাতঁ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীত চাকৰি
- অসম কৰ আয়ুক্তৰ অফিচত ১৮ নিম্নবৰ্গৰ সহায়কৰ চাকৰি
- ক’কনাট ডেভেলপমেন্ট বৰ্ডত নিম্নবৰ্গৰ সহায়ক পদ খালী
আবেদন মাচুল:
1. সাধাৰণ আৰু ওবিছি শ্ৰেণীৰ বাবে: 500 টকা।
2. এছছি/ এছটি/ইডব্লিউএছ: 250 টকা
আবেদন মাচুল ডিমান্ড ড্ৰাফ্টৰ জৰিয়তে দিব লাগিব। (Drawn in favor of the Deputy Director (Admin), NEIGRIHMS payable at Shillong).
কেনেকৈ আবেদন কৰিব:
ইচ্ছুক আৰু অৰ্হতা সম্পন্ন পাৰ্থী সকলে নিদিষ্ট আবেদন প্ৰত্ৰত (লিংক তলত দিয়া হৈছে) সকলো নথি পত্ৰ সহ আবেদন কৰিব লাগিব।
আবেদনৰ অন্তিম তাৰিখ: 19/08/2019
সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক
আবেদন প্ৰত্ৰ: ইয়াত ক্লিক কৰক