Assam Skill Development Mission Recruitment 2019
অসম দক্ষতা বিকাশ মিছনত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা সাক্ষাৎকাৰৰ বাবে আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।
Details of Posts
পদৰ সংখ্যা: 12 টা
পদৰ নাম:
1. Counselor:
পদৰ সংখ্যা: 01 টা
অৰ্হতা: যিকোনো বিষয়ত স্নাতক আৰু ১বছৰীয়া কম্পিউটাৰৰ ডিপ্লোমা।
অভিজ্ঞতা: সংশ্লিষ্ট বিষয়ত তিনি বছৰৰ অভিজ্ঞতা বিছৰা হৈছে।
দৰমহা: 33,000 টকা
2. Placement
Coordinator:
পদৰ সংখ্যা: 01 টা
অৰ্হতা: যিকোনো বিষয়ত স্নাতক আৰু ১বছৰীয়া কম্পিউটাৰৰ ডিপ্লোমা।
অভিজ্ঞতা: সংশ্লিষ্ট বিষয়ত তিনি বছৰৰ অভিজ্ঞতা বিছৰা হৈছে।
দৰমহা: 33,000 টকা
3. Receptionist:
পদৰ সংখ্যা: 01 টা
অৰ্হতা: যিকোনো বিষয়ত স্নাতক আৰু ১বছৰীয়া কম্পিউটাৰৰ ডিপ্লোমা।
অভিজ্ঞতা: সংশ্লিষ্ট বিষয়ত তিনি বছৰৰ অভিজ্ঞতা বিছৰা হৈছে।
দৰমহা: 33,000 টকা
4. Administrative Assistant:
পদৰ সংখ্যা: 01 টা
অৰ্হতা: যিকোনো বিষয়ত স্নাতক আৰু ১বছৰীয়া কম্পিউটাৰৰ ডিপ্লোমা।
অভিজ্ঞতা: সংশ্লিষ্ট বিষয়ত তিনি বছৰৰ অভিজ্ঞতা বিছৰা হৈছে।
দৰমহা: 33,000 টকা
5. Laboratory Assistant (Food & Beverage Service):
পদৰ সংখ্যা: 01 টা
অৰ্হতা: যিকোনো বিষয়ত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ।
অভিজ্ঞতা: সংশ্লিষ্ট বিষয়ত 2 বছৰৰ অভিজ্ঞতা বিছৰা হৈছে।
দৰমহা: 15,000 টকা
6. Laboratory Assistant (Hospitality-Housekeeping):
পদৰ সংখ্যা: 01 টা
অৰ্হতা: যিকোনো বিষয়ত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ।
অভিজ্ঞতা: সংশ্লিষ্ট বিষয়ত 2 বছৰৰ অভিজ্ঞতা বিছৰা হৈছে।
দৰমহা: 15,000 টকা
7. Laboratory Assistant (Beauty & Wellness)
পদৰ সংখ্যা: 01 টা
অৰ্হতা: যিকোনো বিষয়ত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ।
অভিজ্ঞতা: সংশ্লিষ্ট বিষয়ত 2 বছৰৰ অভিজ্ঞতা বিছৰা হৈছে।
দৰমহা: 15,000 টকা
8. Laboratory Assistant (Retail Services):
পদৰ সংখ্যা: 01 টা
অৰ্হতা: যিকোনো বিষয়ত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ।
অভিজ্ঞতা: সংশ্লিষ্ট বিষয়ত 2 বছৰৰ অভিজ্ঞতা বিছৰা হৈছে।
দৰমহা: 15,000 টকা
9. Office Peon:
পদৰ সংখ্যা: 01 টা
অৰ্হতা: অষ্টম শ্ৰেণী উত্তীৰ্ণ।
অভিজ্ঞতা: সংশ্লিষ্ট বিষয়ত 3 বছৰৰ অভিজ্ঞতা বিছৰা হৈছে।
দৰমহা: 10,000 টকা
Age Limit
আবেদনকাৰীৰ বয়স 23 ৰ পৰা 40 বছৰৰ ভিতৰত হব লাগিব।
Application Fees
এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে।
Recruitment 2019: How to
Apply
1. পদসমূহৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীয়ে (Except office Peon) তলত উল্লেখ কৰা ইমেইলত অহা 31/07/2019 তাৰিখৰ ভিতৰত পোৱাকৈ শিক্ষাগত অৰ্হতাৰ আৱশ্যকীয় নথি পত্ৰ আৰু বায়'ডাটা সহ আৱেদন কৰিব পাৰে।
Email: recruitmentnesc.asdm@gmail.com
- ডিব্ৰুগড় বিশ্ববিদ্যালয়ত জনস্বাস্থ্য কাৰিকৰী বিভাগত চাকৰি
- সশস্ত্ৰ সীমা বাহিনীত 150 পদত চাকৰি
- হস্ততাতঁ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীত চাকৰি
2. Office Peon প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 01/08/2019 তাৰিখত সাক্ষাৎকাৰত অৱতীৰ্ণ হব লাগিব।
Important Dates
সাক্ষাৎকাৰৰ তাৰিখ: 01/08/2019
স্থান: ASDM Office at Katabari, Garchuk Guwahati-781035
Important Link