6 Jul 2019

ডিফু মেডিকেল কলেজৰ বিভিন্ন পদৰ বাবে কেনেকৈ আবেদন কৰিব চাওক

ডিফু মেডিকেল কলেজৰ বিভিন্ন পদৰ বাবে কেনেকৈ আবেদন কৰিব?


অনলাইন আবেদনৰ লিংক খোলোতে তলত দিয়া ধৰণৰ এখন উইনড' খোল খাব।

Diphu Medical College Recruitment 2019

তাত থকা Application Form অপচনত ক্লিক কৰিব। তাৰ পিছত তলত দিয়া ধৰণৰ এখন উইনড' খোল খাব।

Diphu Medical College Recruitment 2019

তাত থকা Next অপচনটোত ক্লিক কৰিব। তাৰ পিছত তলত দিয়া ধৰণৰ এখন উইনড' খোল খাব।

Diphu Medical College Recruitment 2019

ইয়াত College Name ত গৈ Diphu Medical College and Research Institute ত ক্লিক কৰি Select কৰিব। তাৰ পিছত তলত দিয়া ধৰণৰ এখন উইনড' খোল খাব।

Diphu Medical College Recruitment 2019

ইয়াৰ পৰা আপুনি আবেদন কৰিব খোজা পদটি বাচনি কৰিব আৰু Submit কৰিব। তাৰ পিছত তলত দিয়া ধৰণৰ এখন উইনড' খোল খাব।

Diphu Medical College Recruitment 2019

আৰু শেষত আপোনাৰ Details ভৰাই ফটো আৰু চহী আপলোড কৰি Submit কৰিব।

আবেদন কৰিবলৈ: ইয়াত ক্লিক কৰক