NVS Recruitment 2019
নবোদয় বিদ্যালয়ত 2370 টা Assistant Commissioner, PGTs, TGTs, Miscellaneous Category of Teachers (Librarian, Art, Music, PET-Male, PET-Female), Legal Assistant, Female Staff Nurse, Catering Assistant, and Lower Division Clerk পদত নিযুক্তি ৰ বাবে অনলাইন আবেদন বিছাৰি নবোদয় বিদ্যালয় সমিতিয়ে বিজ্ঞাপন প্ৰকাশ কৰিছে।CTET উত্তীৰ্ণ সকলৰ বাবে ভাল খবৰ। নবোদয় বিদ্যালয়ত ১১১৫ টা টিজিটি পদত কৰিব পাৰিব আবেদন। সোনকাল কৰক, আবেদনৰ অন্তিম দিন: ০৯/০৮/২০১৯
NVS Recruitment 2019: Details of Vacancies
মুঠ পদৰ সংখ্যা: 2370 টাইয়াৰ...
1. Assistant Commissioner (Group-A): 05 টা
2. Post Graduate Teachers (PGTs) (Group-B): 430 টা
3. Trained Graduate Teachers (TGTs) (Group-B): 1154 টা ( For CTET Passed Candidates)
4. Miscellaneous Category of Teachers (Group-B): 564 টা
5. Female Staff Nurse (Group B): 55 টা
6. Legal Assistant (Group C): 01 টা
7. Catering Assistant (Group C): 26 টা
8. Lower Division Clerk: 135 টা
NVS Recruitment 2019: Application Fee
a) Assistant Commissioner: 1500 টকাb) PGTs, TGTs, Miscellaneous Category Teachers & Female Staff Nurse: 1200 টকা
c) Legal Assistant, Catering Assistant & Lower Division Clerk: 1000 টকা
NVS Recruitment 2019: Important date
1. অনলাইন আৰম্ভ হব: 10 জুলাই, 20192. অনলাইন সমাপ্ত হব: 08 আগষ্ট, 2019
শিক্ষাগত অৰ্হতা, শ্ৰেণী অনুসৰি পদৰ সংখ্যা, দৰমহা আদিৰ বিষয়ে অধিক জানিবলৈ: ইয়াত ক্লিক কৰক
অনলাইন আবেদন লিংক: ইয়াত ক্লিক কৰক
----------------------------------------------
Also Read:
- অসম মীন বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ অফিচত চাকৰি: Click Here
- অসম ৱাকফ্ বৰ্ডত চাকৰি: Click Here
- অসম মীনবিভাগত নিম্নবৰ্গৰ সহায়ক পদত চাকৰি: Click Here
- আজমল ফাউন্ডেছনত চাকৰি: Click Here
- Handloom & Textiles Department ত চাকৰি: Click Here
- সমাজ কল্যাণ বিভাগত চাকৰি: Click Here
- অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত চাকৰি-1: Click Here
- অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত চাকৰি-2: Click Here
- ভাৰত পেট্ৰোলিয়াম কৰ্পৰেচন লিমিটেডত চাকৰি: Click Here
- অসম কো অপাৰেটিভ এপেক্স বেংক লিমিটেডত চাকৰি: Click Here
- চাহ জনগোষ্ঠী কল্যাণ সঞ্চালকালয়, অসমত নিম্নবৰ্গৰ সহায়ক পদত চাকৰি: Click Here
- এই সপ্তাহৰ নিয়োগ বাতৰি (16/07/2019 to 22/07/2019) : Click Here