19 Jul 2019

গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত মাৰ্কেটিং এক্সিকিউটিভ পদত নিযুক্তি: DDK Guwahati Recruitment 2019

DDK Guwahati Recruitment 2019


আবেদনৰ অন্তিম তাৰিখ: ০১/০৮/২০১৯

DDK Guwahati Recruitment 2019

গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ যুৱ আৰু দক্ষতা সম্পন্ন ভাৰতীয় নাগৰিকৰ পৰা আবেদন বিছাৰি প্ৰচাৰ ভাৰতীয়ে বিজ্ঞাপন প্ৰকাশ কৰিছে।

Details of Posts

পদৰ সংখ্যা:  02 টা

পদৰ নাম: মাৰ্কেটিং এক্সিকিউটিভ

বয়স: আবেদনকাৰীৰ বয়স 35 বছৰৰ ভিতৰত হব লাগিব।

শিক্ষাগত অৰ্হতা: এম বি এ (মাৰ্কেটিং) বা  মাৰ্কেটিংত PG Diploma আৰু এবছৰৰ অভিজ্ঞতা।

দৰমহা: 30000 টকা ফিক্স

DDK Guwahati Recruitment 2019

পদসমূহৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীয়ে তলৰঠিকনাত অহা 01/08/2019  ভিতৰত পোৱাকৈ নিদিষ্ট আবেদন প্ৰত্ৰত (লিংক তলত দিয়া হৈছে) শিক্ষাগত অৰ্হতাৰ আৱশ্যকীয় নথি পত্ৰ সহ আৱেদন কৰিব পাৰে

ঠিকনা:
দূৰদৰ্শন কেন্দ্ৰ, গুৱাহাটী, আৰ জি বৰুৱা ৰোড, গুৱাহাটী-৭৮১০০২৪

সম্পুৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক
আবেদন প্ৰত্ৰ: ইয়াত ক্লিক কৰক
----------------------------------------
Also Read: