Directorate of Instruction, RFTI Amranga, Kamrup Recruitment 2019
Director of Instruction, RFTI ত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।Details of Posts
পদৰ সংখ্যা: 01 টা
পদৰ নাম: নিম্নবৰ্গৰ সহায়ক ( Junior Assistant)
সংৰক্ষণ: UR: 01 টা
Educational Qualification
পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব। কম্পিউটাৰৰ ডিপ্লোমা থাকিব লাগিব।
Salary
নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে PB: 14,000 - 49,00 টকা + GP: 6,200 টকা হিচাপত দৰমহা দিয়া হব।
Age Limit
1. আবেদনকাৰীৰ বয়স 01/01/2019 তাৰিখত 18 ৰ পৰা 44 বছৰৰ ভিতৰত হব লাগিব।
2. OBC ৰ বাবে 3 বছৰ আৰু SC/ST ৰ বাবে 5 বছৰৰ বয়সৰ উচ্চসীমা ৰেহাই দিয়া হব
Application Fees
এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে।
How to Apply
1. ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত তাৰিখৰ ভিতৰত Standard Form of Application ত সকলো নথিসহ আবেদন কৰিব লাগিব।
Important Dates
আবেদনৰ অন্তিম তাৰিখ: 23/08/2019
Important Link
Standard Form of Application: ইয়াত ক্লিক কৰক
Important Points for Applicants
1. প্ৰাৰ্থী ভাৰতীয় নাগৰিক হব লাগিব।
2. কোনো ধৰণৰ আবেদন মাচুল নালাগে।
3. কোনোধৰণৰ TA/DA প্ৰদান কৰা নহব।
4. আবেদনৰ লগত 3 কপি পাচপৰ্ট ফটো পিছফালে Signature কৰি দিব লাগিব।
5. সকলো শিক্ষাগত নথিপত্ৰ, HSLC Admit, Employment Exchange Card নিজে Attested কৰা ফটোষ্টেট কপি জমা দিব লাগিব।
6. লগতে 10 টকাৰ পোষ্টেল ষ্টাম্প থকা 22x10 আকাৰৰ খাম এটা আবেদনৰ লগত দিব লাগিব।
Address:
To, Director of Instruction, RFTI Amranga, Kamrup
--------------------------------------------------------------------------------------