District Disaster Management Authority, Diphu Recruitment 2019
জিলা দুৰ্যোগ ব্যৱস্থাপনা কাৰ্য্যালয়, ডিফুত খালী হোৱা নিম্ন উল্লেখিত
পদৰ বাবে ইচ্ছুক আৰু
উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি
কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।
District Disaster Management Authority, Diphu Recruitment 2019
পদৰ নাম: Field Officer (Disaster Management) for Revenue Circle.পদৰ সংখ্যা: 01 টা
District Disaster Management Authority, Diphu Recruitment 2019: Educational Qualification
শিক্ষাগত অৰ্হতা:1. বিজ্ঞানৰ স্নাতক, নাইবা Statistics, Geography, Environmental Science বা Geology এটা বিষয় হিচাপে লৈ স্নাতক, নাইবা Civil Engineering বা Architecture ত ডিপ্লোমা
2. কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব ( MS Word / Excel I Power Point / Internet usage / Emails etc.)
3. BCA বা তাৰ সমপৰ্যায়ৰ কম্পিউটাৰ বিজ্ঞানৰ কোৰ্চ কৰা প্ৰাৰ্থীসকলে অগ্ৰাধিকাৰ পাব।
District Disaster Management Authority, Diphu Recruitment 2019: Age
বয়সৰ সীমা:01/01/2019 তাৰিখত 21 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হব লাগিব। SC/ST/OBC শ্ৰেণীৰ প্ৰাৰ্থীসকলে অসম চৰকাৰৰ নিয়ম অনুসৰি বয়সৰ উচ্চ সীমাৰ ৰেহাই লাভ কৰিব।
দৰমহা: প্ৰতিমাহে 20000 টকা দৰমহা লাভ কৰিব।
District Disaster Management Authority, Diphu Recruitment 2019: How to Apply
ইচ্ছুক আৰু অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলে Standard Form of Application ত আবেদন কৰিব লাগিব। আবেদনৰ লগত শিক্ষাগত অৰ্হতাৰ সকলো নথি নিজেই attested কৰি দিব লাগিব। আবেদন তলৰ ঠিকনাত জমা দিব লাগিব।To,
Districi Disaster Management Branch Drop Box,
O/O -Deputy Commissioner's office,
Diphu, Karbi Anglong, Assam
আবেদন জমা দিয়া অন্তিম তাৰিখ হৈছে: 15/07/2019
Important Link
Standard Form of Application download লিংক: ইয়াত ক্লিককৰক
সম্পূৰ্ণ
বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিককৰক
------------------------------------------------------------------------------
অসম চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক
কেন্দ্ৰীয় চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক
প্ৰাইভেট চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক
------------------------------------------------------------------------------
অসম চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক
কেন্দ্ৰীয় চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক
প্ৰাইভেট চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক