আবেদনৰ অন্তিম তাৰিখ: 09/08/2019
Dr. Bhupen Hazarika Regional Government Film & Television Institute Recruitment 2019
ড° ভূপেন হাজৰিকা চৰকাৰী বোলছবি আৰু টেলিভিছন ইনছটিটিউত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।
Details
of Posts
1. পাৱাৰ পাম্প অপাৰেটৰ
পদৰ সংখ্যা: 02 টা
সংৰক্ষণ: UR-1, OBC-1
অৰ্হতা: অষ্টম শ্ৰেণী উত্তীৰ্ণ আৰু পাৱাৰ পাম্প অপাৰেটৰ ট্ৰেডত ITI Certificate
দৰমহা: নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে PB: 14,000 - 49,000 টকা + GP: 5,000 টকা হিচাপত দৰমহা দিয়া হব।
2. ড্ৰাইভাৰ
পদৰ সংখ্যা: 02 টা
সংৰক্ষণ: UR-1, OBC-1
অৰ্হতা: অষ্টম শ্ৰেণী উত্তীৰ্ণ আৰু ড্ৰাইভিঙ লাইচেন্স (LMV/ LMV CAB, Trans & PSVBUS) থাকিব লাগিব।
দৰমহা: নিৰ্বাচিত
প্ৰাৰ্থীক
প্ৰতি
মাহে
PB: 14,000 - 49,000 টকা + GP: 5,000 টকা হিচাপত দৰমহা দিয়া হব।
3. লাইটিং এচিছটেন্ট
পদৰ সংখ্যা: 02 টা
সংৰক্ষণ: UR-1, OBC-1
অৰ্হতা: HSLC উত্তীৰ্ণ আৰু ইলেকট্ৰিকেল ৱৰ্কমেন পাৰমিত থাকিব লাগিব আৰু লগতে সংশ্লিষ্ট বিষয়ত 5 বছৰৰ কৰ্ম অভিজ্ঞতা থাকিব লাগিব।
দৰমহা: নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে PB: 14,000 - 49,000 টকা + GP: 5,000 টকা হিচাপত দৰমহা দিয়া হব।
Age Limit
1.
আবেদনকাৰীৰ
বয়স
01/01/2019 তাৰিখত
18 ৰ
পৰা 38 বছৰৰ
ভিতৰত
হব
লাগিব।
2.
OBC ৰ
বাবে
3 বছৰ
আৰু
SC/ST ৰ
বাবে
5 বছৰৰ
বয়সৰ
উচ্চসীমা
ৰেহাই
দিয়া
হব
Application Fees
এই
পদসমূহত
আবেদনৰ
বাবে
প্ৰাৰ্থীয়ে
কোনো
ধৰণৰ
আবেদন
মাচুল
দিব
নালাগে।
How to Apply
ইচ্ছুক
উপযুক্ত
অৰ্হতাৰ
প্ৰাৰ্থী
সকলে
তলত
দিয়া
ঠিকনাত
09/08/2019 তাৰিখৰ
ভিতৰত
Standard Form of Application ত সকলো নথিসহ আবেদন কৰিব লাগিব।
ঠিকনা: ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী বোলছবি আৰু টেলিভিছন ইনছটিটিউ,
চিলা, চাংসাৰি, গুৱাহাটী-781101
Important Dates
আবেদনৰ
অন্তিম
তাৰিখ: 09/08/2019
Important Link
Also Read: