17 Jul 2019

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিএড এন্ট্ৰেন্স পৰীক্ষা বানপানীৰ বাবে পিছুৱাই দিয়া হৈছে: GU B.Ed. CET 2019 Postponed

GU B.Ed. CET 2019 Postponed

GU B.Ed. CET 2019 Postponed

গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুবছৰীয়া বি.এড. পাঠ্যক্ৰমৰ বাবে 18 জুলাই, 2019 ত অনুষ্ঠিত হব লগা Common Entrance Test বানপানীৰ বাবে পিছুৱাই দিয়া হৈছে। 

এতিয়া এই পৰীক্ষা অহা 25 জুলাই, 2019 তাৰিখে অনুষ্ঠিত হব। এই পৰীক্ষাৰ বাবে নতুনকৈ আৰু এডমিত কাৰ্ড দিয়া নহয়। পূৰ্বৰ এডমিত কাৰ্ড সমূহেই বৈধ বুলি বিবেচিত হব।

অফিচিয়েল নটিফিকেছন: ইয়াত ক্লিক কৰক