Axom Sarba Siksha Abhijan (SSA), Kamrup (M) Recruitment 2019
অসম
সৰ্বশিক্ষা অভিযান
মিছন,
কামৰূপৰ(M) অধীনত
খালী
হোৱা
নিম্ন
উল্লেখিত ঠিকাভিক্তিক পদৰ
বাবে
ইচ্ছুক
আৰু
উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা
আবেদন
বিছাৰি
SSA, Kamrup Metro কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ
কৰিছে।
Axom Sarba Siksha Abhijan (SSA), Kamrup (M) Recruitment 2019: Details of Posts
পদৰ সংখ্যা: 04 টা
পদৰ নাম:
1. Chowider Cum Mali: 01 টা
2. Head Cook: 01 টা
3. Helper Cook: 02 টা
Axom Sarba Siksha Abhijan (SSA), Kamrup (M) Recruitment 2019: Educational Qualification
কোনো স্বীকৃতি প্ৰাপ্ত বোৰ্ডৰ পৰা VIII উত্তীৰ্ণ কৰা হব লাগিব।
Axom Sarba Siksha Abhijan (SSA), Kamrup (M) Recruitment 2019: Salary
নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে দৰমহা দিয়া হব…
1. Chowider Cum Mali: 8000 টকা
2. Head Cook: 9000 টকা
3. Helper Cook: 8000 টকা
Axom Sarba Siksha Abhijan (SSA), Kamrup (M) Recruitment 2019: Age Limit
আবেদনকাৰীৰ বয়স 30-45 বছৰৰ ভিতৰত হব লাগিব।
Axom Sarba Siksha Abhijan (SSA), Kamrup (M) Recruitment 2019: Application Fees
এই পদত আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে।
Axom Sarba Siksha Abhijan (SSA), Kamrup (M) Recruitment 2019: How to Apply
ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 19/07/2019 তাৰিখৰ ভিতৰত PlainPaper ত সকলো নথিসহ আবেদন কৰিব লাগিব।
Office
of the District Mission Co-ordinator,
SSA,
Kamrup (M)
--------------------------------------------------------
অসম চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক
কেন্দ্ৰীয় চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক
প্ৰাইভেট চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক
--------------------------------------------------------
অসম চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক
কেন্দ্ৰীয় চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক
প্ৰাইভেট চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক