Assam Administrative Staff College Recruitment 2019
অসম প্ৰশাসনিক মহাবিদ্যালয়ৰ প্ৰশিক্ষণ সঞ্চালকালয়ত খালী হোৱা নিম্নোক্ত পদৰ বাবে Standard Form of Application ত আবেদন বিছৰা হৈছে।মুঠ পদৰ সংখ্যা: 04 টা
1. Assistant Librarian: 01 টা। (UR)
শিক্ষাগত অৰ্হতা: লাইব্ৰেৰী ছায়ন্সত ডিপ্লোমা।
বয়স: 21 ৰ পৰা 43 বছৰ। SC/ST/PwD ৰ বাবে 5 বছৰ আৰু Ex-service man ৰ বাবে 2 বছৰ ৰেহাই দিয়া হব।
দৰমহা: PB 14,000-49,000 টকা + GP 7,400 টকা।
2. Library Assistant: 02 টা। [UR-01, ST(P)-02]
শিক্ষাগত অৰ্হতা: উচ্চতৰ মাধ্যমিক, লগতে কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব।
বয়স: 21 ৰ পৰা 43 বছৰ। SC/ST/PwD ৰ বাবে 5 বছৰ আৰু Ex-service man ৰ বাবে 2 বছৰ ৰেহাই দিয়া হব।
দৰমহা: PB 14,000-49,000 টকা + GP 6,200 টকা।
3. Junior Assistant: 01 টা। (OBC/MOBC)
শিক্ষাগত অৰ্হতা: গ্ৰেজুৱেত ডিগ্ৰী আৰু ছমহীয়া কম্পিউটাৰৰ ডিপ্লোমা।
বয়স: 21 ৰ পৰা 43 বছৰ। SC/ST/PwD ৰ বাবে 5 বছৰ আৰু Ex-service man ৰ বাবে 2 বছৰ ৰেহাই দিয়া হব।
দৰমহা: PB 14,000-49,000 টকা + GP 6,200 টকা।
Application Fees
এই
পদসমূহত
আবেদনৰ
বাবে
প্ৰাৰ্থীয়ে
কোনো
ধৰণৰ
আবেদন
মাচুল
দিব
নালাগে।
How to Apply
ইচ্ছুক
উপযুক্ত
অৰ্হতাৰ
প্ৰাৰ্থী
সকলে
তলত
দিয়া
ঠিকনাত
21/08/2019 তাৰিখৰ
ভিতৰত
Standard Form of Application ত সকলো নথিসহ আবেদন কৰিব লাগিব।
ঠিকনা:
Director of Training, Assam Administrative Staff College
Jwaharnagar, Khanapara
Guwahati-22
Important Dates
আবেদনৰ
অন্তিম
তাৰিখ:21/08/2019
Important Link
Important Points for Applicants
1.
প্ৰাৰ্থী
ভাৰতীয়
নাগৰিক
হব
লাগিব।
2.
কোনো
ধৰণৰ
আবেদন
মাচুল
নালাগে।
3.
কোনোধৰণৰ
TA/DA প্ৰদান
কৰা
নহব।
4.
আবেদনৰ
লগত 2 কপি
পাচপৰ্ট
ফটো দিব
লাগিব।
5.
সকলো
শিক্ষাগত
নথিপত্ৰ,
HSLC Admit, Employment Exchange Card নিজে Attested কৰা ফটোষ্টেট কপি জমা দিব লাগিব।
6.
লগতে
5 টকাৰ
পোষ্টেল
ষ্টাম্প
থকা
22x10 আকাৰৰ
খাম
এটা
আবেদনৰ
লগত
দিব
লাগিব।