28 Aug 2019

Assam LP & UP TET 2019: Online Starts from 02/09/2019, Notification, Eligibility, Exam Dates- Apply Online

Assam LP & UP TET 2019: Notification, Eligibility, Exam Dates- Apply Online

Assam LP & UP TET 2019

অসম প্ৰাথমিক শিক্ষা বিভাগে নিম্ন প্ৰাথমিক (LP) আৰু উচ্চ প্ৰাথমিক (UP) বিদ্যালয়ত খালী হোৱা প্ৰায় সোতৰ হাজাৰ শিক্ষক নিযুক্তিৰ বাবে সাধাৰণ টেট (General TET) অনুষ্ঠিত কৰিব ইয়াৰ বাবে ইচ্ছুক আৰু অৰ্হতা সম্পন্ন অসমৰ প্ৰাৰ্থীৰ পৰা অনলাইন আবেদন বিছাৰি বিজ্ঞাপন প্ৰকাশ কৰা হৈছে।

Assam LP & UP TET 2019: Exam Date

1. নিম্ন প্ৰাথমিক টেট (LP TET): 20/10/2019 

2. উচ্চ প্ৰাথমিক টেট (UP TET): 20/10/2019 


Assam LP & UP TET 2019: Apply Date

1. অনলাইন আবেদন আৰম্ভ হব: 02/09/2019

2. অনলাইন আবেদন সমাপ্ত হব: 17/09/2019

3. এডমিত কাৰ্ড উপলব্ধ হব: 30/09/2019

4. পৰীক্ষাৰ তাৰিখ: 20/10/2019

Assam LP & UP TET 2019: Eligibility Criteria

LP টেটৰ বাবে: (For Class I to V)

1. 50% নম্বৰ লৈ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ আৰু দুবছৰীয়া D.El.Ed উত্তীৰ্ণ।
2. 45% নম্বৰ লৈ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ আৰু দুবছৰীয়া D.El.Ed উত্তীৰ্ণ (2009 চনৰ 31 আগষ্টৰ আগতে B.Ed./D.El.Ed. উত্তীৰ্ণৰ বাবে)
3. 50% নম্বৰ লৈ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ আৰু চাৰি বছৰীয়া B.El.Ed উত্তীৰ্ণ।
4. 50% নম্বৰ লৈ স্নাতক ডিগ্ৰী উত্তীৰ্ণ আৰু B.Ed উত্তীৰ্ণ।
5. স্নাতক ডিগ্ৰী উত্তীৰ্ণ আৰু D.El.Ed উত্তীৰ্ণ।
6. 50% নম্বৰ লৈ উচ্চতৰ মাধ্যমিক/স্নাতক ডিগ্ৰী উত্তীৰ্ণ আৰু দুবছৰীয়া D.El.Ed ৰ বা B.Ed. ৰ শেষৰ বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ।

UP টেটৰ বাবে: (For Class VI to VII)

1. যিকোনো বিষয়ত স্নাতক ডিগ্ৰী উত্তীৰ্ণ আৰু দুবছৰীয়া D.El.Ed উত্তীৰ্ণ।
2. 50% নম্বৰ লৈ স্নাতক ডিগ্ৰী উত্তীৰ্ণ আৰু B.Ed উত্তীৰ্ণ।
3. 45% নম্বৰ লৈ স্নাতক ডিগ্ৰী উত্তীৰ্ণ আৰু B.Ed উত্তীৰ্ণ (2009 চনৰ 31 আগষ্টৰ আগতে B.Ed. উত্তীৰ্ণৰ বাবে)।
4. 50% নম্বৰ লৈ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ আৰু চাৰি বছৰীয়া B.El.Ed
5. 50% নম্বৰ লৈ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ আৰু চাৰি বছৰীয়া B.Sc.Ed/ B.A.Ed.
6. যিকোনো বিষয়ত স্নাতক ডিগ্ৰী উত্তীৰ্ণ আৰু দুবছৰীয়া D.El.Ed/ B.Ed. ৰ শেষৰ বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ।

বি:দ্ৰ: সংৰক্ষিত শ্ৰেণীৰ যেনে SC/ST/OBC/MOBC/PH আদি প্ৰাৰ্থীৰ বাবে 5% নম্বৰ ৰেহাই দিয়া হব।

Assam LP & UP TET 2019: Application Fees

1. নিম্ন প্ৰাথমিক (LP)  বাবে
  • সাধাৰণ শ্ৰেণী: 325 টকা
  • সংৰক্ষিত শ্ৰেণী: 300 টকা

2. উচ্চ প্ৰাথমিক (UP) বাবে
  • সাধাৰণ শ্ৰেণী: 325 টকা
  • সংৰক্ষিত শ্ৰেণী: 300 টকা

Assam TET LP & UP 2019: How to Apply

টেটৰ বাবে  অনলাইন যোগেদি আবেদন কৰিব লাগিব অনলাইন আবেদন 02/09/2019 তাৰিখৰ পৰা আৰম্ভ হব। ইচ্ছুক প্ৰাৰ্থীসকলে https://ssa.assam.gov.in ত গৈ অনলাইন আবেদন কৰিব লাগিব।


Assam TET 2019: Qualifying Marks
TET উত্তীৰ্ণ হবলৈ হলে সাধাৰণ শ্ৰেণীৰ পাৰ্থীয়ে 60% নম্বৰ পাব লাগিব। আনহাতে OBC/SC/ST শ্ৰেণীৰ পাৰ্থীয়ে 55% নম্বৰ পালেই এই পৰীক্ষাত উত্তীৰ্ণ হব পাৰিব


Assam TET 2019: Syllabus

Syllabus for Paper 1
মুঠ নম্বৰ: 150
1. ভাষা ১ (অসমীয়া/বড়ো/বঙালী/হিন্দী/মণিপুৰী/হামাৰ/নেপালী) : 30 নম্বৰ
2. ভাষা  : 30 নম্বৰ
3. শিশু বিকাশ আৰু শিক্ষণবিদ্যা: 30 নম্বৰ
4. পৰিবেশ অধ্যয়ন: 30 নম্বৰ
6. সাধাৰণ গণিত: 30 নম্বৰ


Syllabus for Paper 1
মুঠ নম্বৰ: 150
1. ভাষা  (অসমীয়া/বড়ো/বঙালী/হিন্দী/মণিপুৰী/হামাৰ/নেপালী): 30 নম্বৰ
2. ভাষা : 30 নম্বৰ
3. শিশু বিকাশ আৰু শিক্ষণবিদ্যা: 30 নম্বৰ
4. (a) গণিত আৰু বিজ্ঞান শিক্ষকৰ বাবে:
     সাধাৰণ গণিত আৰু বিজ্ঞান: 60 নম্বৰ
    (b) কলা শাখাৰ শিক্ষকৰ বাবে:
     সমাজ বিজ্ঞান: 60 নম্বৰ

Assam TET 2019: Important Link

অনলাইন আবেদন লিংক: ইয়াত ক্লিক কৰক

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক

চিলেবাছ ডাউনলোড কৰক: ইয়াত ক্লিক কৰক