1. Office of Executive Engineer, Department of Fishery Assam Recruitment 2019
অসম মীনবিভাগৰ অধীনত কাৰ্যবাহী অভিযন্তাৰ কাৰ্য্যলয়ত খালী হোৱা নিম্নবৰ্গৰ সহায়ক পদৰ বাবে Standard Form of Application ত আবেদন বিচাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।পদৰ নাম: নিম্নবৰ্গৰ সহায়ক
পদৰ সংখ্যা: 01 টা (UR)
শিক্ষাগত অৰ্হতা: গ্ৰেজুৱেত
দৰমহা: PB: 14,000-49,000 টকা + GP: 6,600 টকা
আবেদনৰ অন্তিম তাৰিখ: 23/08/2018
ঠিকনা:
Office of Executive Engineer, Department of Fishery Assam. Guwahati, Meen Bhawan, P.O.- Gopinath Nagar, Pin- 781016
সম্পূৰ্ণ বিজ্ঞাপন পঢ়িবলৈ: ইয়াত ক্লিক কৰক
Aslo Read: অসম ডাক বিভাগত 919 টা গ্ৰামীণ ডাকসেৱকৰ পদ
2. Fishery Information Department, Assam Recruitment 2019
অসম মীনবিভাগৰ অধীনত মীনমহল সূচনা কাৰ্য্যলয়ত খালী হোৱা নিম্নবৰ্গৰ সহায়ক পদৰ বাবে Standard Form of Application ত আবেদন বিচাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।পদৰ নাম: নিম্নবৰ্গৰ সহায়ক
পদৰ সংখ্যা: 02 টা
শিক্ষাগত অৰ্হতা: গ্ৰেজুৱেত
দৰমহা: PB: 14,000-49,000 টকা + GP: 6,600 টকা
আবেদনৰ অন্তিম তাৰিখ: 19/08/2018
ঠিকনা: Office of the Fishery information Officer, Assam. Guwahati, Meen Bhawan, P.O.- Gopinath Nagar, Pin- 781016
সম্পূৰ্ণ বিজ্ঞাপন পঢ়িবলৈ: ইয়াত ক্লিক কৰক
Standard
Form of Application: ইয়াত ক্লিক কৰক