Fishery Development Officer, Goalpara Recruitment 2019
অসম মীনবিভাগৰ অধীনত Fishery Development Officer, Goalpara ত খালী
হোৱা
নিম্ন
উল্লেখিত
পদৰ
বাবে
ইচ্ছুক
আৰু
উপযুক্ত
অৰ্হতাৰ
প্ৰাথীৰ
পৰা
আবেদন
বিছাৰি
কৰ্তৃপক্ষই
বিজ্ঞাপন
প্ৰকাশ
কৰিছে।
Details of Posts
পদৰ নাম: নিম্নবৰ্গৰ সহায়ক
পদৰ সংখ্যা: 02 টা
WhatsApp যোগেদি খবৰ পাবলৈ: ইয়াত ক্লিক কৰক
Educational Qualification
1.
পদটোৰ
বাবে
আবেদনকাৰী
কোনো
স্বীকৃতি
প্ৰাপ্ত
বিশ্ববিদ্যালয়ৰ/প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব
2. কম্পিউটাৰৰ
ডিপ্লোমা
থাকিব
লাগিব।
Salary
নিৰ্বাচিত
প্ৰাৰ্থীক
প্ৰতি
মাহে PB: 14,000-49,000 টকা +
GP: 6,600 টকা হিচাপত দৰমহা দিয়া হব।
Age Limit
1.
আবেদনকাৰীৰ
বয়স
01/01/2019 তাৰিখত
18 ৰ
পৰা 38 বছৰৰ
ভিতৰত
হব
লাগিব।
2.
OBC ৰ
বাবে
3 বছৰ
আৰু
SC/ST ৰ
বাবে
5 বছৰৰ
বয়সৰ
উচ্চসীমা
ৰেহাই
দিয়া
হব
Application Fees
1.
এই
পদসমূহত
আবেদনৰ
বাবে
প্ৰাৰ্থীয়ে
কোনো
ধৰণৰ
আবেদন
মাচুল
দিব
নালাগে।
How to Apply
ইচ্ছুক
উপযুক্ত
অৰ্হতাৰ
প্ৰাৰ্থী
সকলে
তলত
দিয়া
ঠিকনাত
12/09/2019 তাৰিখৰ
ভিতৰত
Standard Form of Application ত সকলো নথিসহ আবেদন কৰিব লাগিব।
ঠিকনা:
Office of the District Fishery Development Officer, Goalpara, P.O.- Baladmari, Assam, PIN-783121
Important Dates
আবেদনৰ
অন্তিম
তাৰিখ: 12/09/2019
Important Link
Important Points for Applicants
1.
প্ৰাৰ্থী
ভাৰতীয়
নাগৰিক
হব
লাগিব।
2.
কোনো
ধৰণৰ
আবেদন
মাচুল
নালাগে।
3.
কোনোধৰণৰ
TA/DA প্ৰদান
কৰা
নহব।
4.
আবেদনৰ
লগত
1 কপি
পাচপৰ্ট
ফটো দিব
লাগিব।
5.
সকলো
শিক্ষাগত
নথিপত্ৰ,
HSLC Admit, Employment Exchange Card নিজে Attested কৰা ফটোষ্টেট কপি জমা দিব লাগিব।
6.
লগতে
10 টকাৰ
পোষ্টেল
ষ্টাম্প
থকা
22x10 আকাৰৰ
খাম
এটা
আবেদনৰ
লগত
দিব
লাগিব।
7.
আবেদনকাৰীক
লিখিত
পৰীক্ষাৰ
আৰু
কম্পিউটাৰ
টেষ্টৰ
দ্বাৰা
বাচনি
কৰা
হব।