Fishery Development Officer, Nalbari Recruitment 2019
অসম মীনবিভাগৰ অধীনত Fishery Development Officer, Nalbari ত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।
Details of Posts
পদৰ নাম: নিম্নবৰ্গৰ সহায়ক
পদৰ সংখ্যা: 02 টা (UR)
WhatsApp যোগেদি খবৰ পাবলৈ: ইয়াত ক্লিক কৰক
Educational Qualification
1. পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰপ্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব
2. কম্পিউটাৰৰ ডিপ্লোমা থাকিব লাগিব।
Salary
নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে PB: 14,000-49,000 টকা + GP: 6,600 টকা হিচাপত দৰমহা দিয়া হব।
Age Limit
1. আবেদনকাৰীৰ বয়স 01/01/2019 তাৰিখত 18 ৰ পৰা 38 বছৰৰ ভিতৰত হব লাগিব।
2. OBC ৰ বাবে 3 বছৰ আৰু SC/ST ৰ বাবে 5 বছৰৰ বয়সৰ উচ্চসীমা ৰেহাই দিয়া হব
Application Fees
এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে।
How to Apply
ইচ্ছুক উপযুক্ত অৰ্হতাৰ প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 01/09/2019 তাৰিখৰ ভিতৰত Standard Form of Application ত সকলো নথিসহ আবেদন কৰিব লাগিব।
ঠিকনা:
Office of the District Fishery Dev. Officer, Nalbari, Barsarkuchi (Near DTO, Nalbari).
Important Dates
আবেদনৰ অন্তিম তাৰিখ: 0 1/09/2019
Important Link
Important Points for Applicants
1. প্ৰাৰ্থী ভাৰতীয় নাগৰিক হব লাগিব।
2. কোনো ধৰণৰ আবেদন মাচুল নালাগে।
3. কোনোধৰণৰ TA/DA প্ৰদান কৰা নহব।
4. আবেদনৰ লগত 1 কপি পাচপৰ্ট ফটো দিব লাগিব।
5. সকলো শিক্ষাগত নথিপত্ৰ, HSLC Admit, Employment Exchange Card নিজে Attested কৰা ফটোষ্টেট কপি জমা দিব লাগিব।
6. লগতে 10 টকাৰ পোষ্টেল ষ্টাম্প থকা 22x10 আকাৰৰ খাম এটা আবেদনৰ লগত দিব লাগিব।
7. আবেদনকাৰীক লিখিত পৰীক্ষাৰ আৰু কম্পিউটাৰ টেষ্টৰ দ্বাৰা বাচনি কৰা হব।