IBPS Recruitment 2019
আইবিপিএছৰ অধীনত থকা বিভিন্ন বেংকত খালী
হোৱা
নিম্ন
উল্লেখিত 4336 পদৰ
বাবে
ইচ্ছুক
আৰু
উপযুক্ত
অৰ্হতাৰ
প্ৰাথীৰ
পৰা
অনলাইন আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।
Details of Posts
পদৰ
সংখ্যা: 4336 টা
পদৰ
নাম: Probationary Officer and Management Trainee
Educational Qualification
পদটোৰ
বাবে
আবেদনকাৰী
কোনো
স্বীকৃতি
প্ৰাপ্ত
বিশ্ববিদ্যালয়ৰ/প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব।
Age Limit
আবেদনকাৰীৰ
বয়স
01/01/2019 তাৰিখত
20 ৰ
পৰা 30 বছৰৰ
ভিতৰত
হব
লাগিব।
Application Fees
এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে আবেদন মাচুল দিব লাগিব…
- UR/OBC/MOBC: 600 টকা
- SC/ST/PwD: 100 টকা
IBPS Recruitment 2019: How to Apply
পদসমূহৰ
বাবে
অনলাইন
যোগেদি
আবেদন
কৰিব
লাগিব।
অনলাইন
আবেদন
লিংক
তলত
দিয়া
হৈছে।
অহা
28/08/2019 তাৰিখৰ
ভিতৰত
ইচ্ছুক
প্ৰাৰ্থী
সকলে
আবেদন
কৰিব
পাৰিব I
Important Dates
- অনলাইন
আবেদন
আৰম্ভ
হব: 07/08/2019
- অনলাইন আবেদন সমাপ্ত হব: 28/08/2019
Important Link
IBPS অনলাইন
আবেদন
লিংক:
ইয়াতক্লিককৰক (Available from 07-08-2019)
Place of Posting
পদসমূহ তলত উল্লেখ কৰা বেংক সমূহত পূৰণ কৰা হব।
- Allahabad Bank
- Canara Bank
- Indian Overseas Bank
- Syndicate Bank
- Andhra Bank
- Central Bank of India
- Oriental Bank of Commerce
- UCO Bank
- Bank of Baroda
- Corporation Bank
- Punjab National Bank
- Union Bank of India
- Bank of India
- Indian Bank
- Punjab & Sind Bank
- United Bank of India
- Bank of Maharashtra
Also Read: Our Courier & Logistics Recruitment for 7 Posts at Guwahati