IOCL Recruitment 2019
ভাৰতীয় তেল নিগমত খালী
হোৱা
নিম্ন
উল্লেখিত
পদৰ
বাবে
ইচ্ছুক
আৰু
উপযুক্ত
অৰ্হতাৰ
প্ৰাথীৰ
পৰা
অনলাইন আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।
Details of Posts
পদৰ
সংখ্যা: 176 টা
1. Trade Apprentice in multiple disciplines: 70 টা
2. Technician Apprentice in multiple disciplines: 106 টা
অসমত থকা পদৰ সংখ্যা...
1. Trade Apprentice – Accountant
পদৰ সংখ্যা: 02 টা
শৈক্ষিক অৰ্হতা: সাধাৰণ আৰু ওবিছি প্ৰাৰ্থীৰ বাবে 50% নম্বৰ লৈ স্নাতক ডিগ্ৰী, এছ ছি/এছ টি/PwD ৰ বাবে 45% নম্বৰ লৈ স্নাতক ডিগ্ৰী
2. Trade Apprentice (Fitter/ Electrician/ Electronic Mechanic/ Instrument Mechanic/ Machinist)
পদৰ সংখ্যা: 12 টা
শৈক্ষিক অৰ্হতা: মেট্ৰিক আৰু সংশ্লিষ্ট ট্ৰেডত দুবছৰীয়া ITI ডিপ্লোমা।
3. Technician Apprentice (Mechanical/ Electrical/ Instrumentation/ Civil/ Electrical & Electronics/ Electronics)
পদৰ সংখ্যা: 21 টা
শৈক্ষিক অৰ্হতা: সাধাৰণ আৰু ওবিছি প্ৰাৰ্থীৰ বাবে 50% নম্বৰ লৈ 3 বছৰীয়া সংশ্লিষ্ট বিষয়ত ইঞ্জিনীয়াৰিঙ ডিপ্লোমা, এছ ছি/এছ টি/PwD ৰ বাবে 45% নম্বৰ লৈ 3 বছৰীয়া সংশ্লিষ্ট বিষয়ত ইঞ্জিনীয়াৰিঙ ডিপ্লোমা
Age Limit
1.
আবেদনকাৰীৰ
বয়স
01/01/2019 তাৰিখত
18 ৰ
পৰা 24 বছৰৰ
ভিতৰত
হব
লাগিব।
2.
OBC ৰ
বাবে
3 বছৰ
আৰু
SC/ST ৰ
বাবে
5 বছৰৰ
বয়সৰ
উচ্চসীমা
ৰেহাই
দিয়া
হব
IOCLRecruitment 2019: How to Apply
পদসমূহৰ
বাবে
অনলাইন
যোগেদি
আবেদন
কৰিব
লাগিব।
অনলাইন
আবেদন
লিংক
তলত
দিয়া
হৈছে।
অহা
18/08/2019 31/08/2019 তাৰিখৰ
ভিতৰত
ইচ্ছুক
প্ৰাৰ্থী
সকলে
আবেদন
কৰিব
পাৰিব
Important Dates
1.
অনলাইন
আবেদন
আৰম্ভ
হব: 05/08/2019
2.
অনলাইন
আবেদন
সমাপ্ত
হব: 18/08/2019 31/08/2019