অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

5 Aug 2019

অসম পুলিচৰ ফৰেইনাৰ ট্ৰিবূনেলৰ লিখিত পৰীক্ষাৰ চিলেবাছ: Syllabus for Foreigners Tribunal Assam Police Recruitment 2019

Syllabus for Assam Police Foreigners Tribunal Recruitment 2019

Assam Police Foreigners Tribunal Recruitment 2019

অসম পুলিচৰ অধীনত খালী হোৱা 2000 পদৰ লিখিত পৰীক্ষা 11/08/2019 তাৰিখত অনুষ্ঠিত হব।

পদসমূহৰ বাবে লিখিত পৰীক্ষা দুটা শাখাত অনুষ্ঠিত হব।

1. ইউ ডি এ (UDA) কাম একাউণ্টেন্ড, ষ্টেন'গ্ৰাফাৰ (Grade-III), এল ডি এ (LDA), বেন্স এচিছটেন্ট আৰু টাইপিষ্ট আদি গ্ৰেজুৱেত পদৰ বাবে এটা 100 নম্বৰৰ কমন লিখিত পৰীক্ষা হব।

2. ঠিক তেনেদৰে ডাটা এন্ট্ৰি অপাৰেটৰ আৰু কপিষ্ট পদৰ বাবে এটা 100 নম্বৰৰ কমন পৰীক্ষা হব।

3. অফিচ পিয়ন আৰু চকীদাৰৰ বাবে লিখিত পৰীক্ষা নহয়। শাৰীৰিক পৰীক্ষা আৰু মৌখিক পৰীক্ষাৰ দ্বাৰা এই পদ দুটা বাচনি কৰা হব।

Syllabus for Assam Police Foreigners Tribunal Recruitment 2019

লিখিত পৰীক্ষাৰ চিলেবাছ এনেধৰণৰ ।

  • মুঠ নম্বৰ: 100
  • মুঠ প্ৰশ্নৰ সংখ্যা: 100

প্ৰশ্নসমূহ MCQ ধৰনৰ হব, অৰ্থাৎ প্ৰতিটো প্ৰশ্নৰ চাৰিটা উত্তৰ থাকিব। ইয়াৰে শুদ্ধ উত্তৰটো বাছি উলিওৱাব লাগিব।

প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে 0.5 নম্বৰ কটা যাব, অৰ্থাৎ দুটা উত্তৰ ভুল হলে 01 নম্বৰ কটা যাব।

প্ৰশ্ন সমূহ চাৰিটা খণ্ডত থাকিব।

1. Logical reasoning aptitude
2. Matters relating to History and Culture of Assam and India
3. Comprehension
4. General Knowledge and Current Affairs

Selection Procedure Assam Police Recruitment 2019

বিভিন্ন পদ অনুসৰি বাচনি প্ৰক্ৰিয়াৰ নম্বৰ এনেধৰণৰ...

1. ইউ ডি এ (UDA) কাম একাউণ্টেন্ড:

  • লিখিত পৰীক্ষা:100 নম্বৰ
  • অভিজ্ঞতা: 5 নম্বৰ

2. ষ্টেন'গ্ৰাফাৰ (Grade-III):

  • লিখিত পৰীক্ষা: 100 নম্বৰ
  • প্ৰেকটিকেল: 50 নম্বৰ
  • ষ্টেনগ্ৰাফী টেষ্ট: 50 নম্বৰ
  • মুঠ: 200 নম্বৰ

3. এল ডি এ (LDA), বেন্স এচিছটেন্ট, টাইপিষ্ট, ডাটা এন্ট্ৰি অপাৰেটৰ আৰু কপিষ্ট:

  • লিখিত পৰীক্ষা: 100 নম্বৰ
  • প্ৰেকটিকেল: 50 নম্বৰ
  • মুঠ: 150 নম্বৰ

4. অফিচ পিয়ন আৰু চকীদাৰ:

  • শাৰীৰিক পৰীক্ষা: 20 নম্বৰ
  • মৌখিক পৰীক্ষা: 30 নম্বৰ
  • মুঠ: 50 নমৰ

Related: