Last Date: 03/10/2019
City Mission Management Unit, Nalbari Recruitment 2019
চিটি মিছন মেনেজমেণ্ট ইউনিট, নলবাৰীত খালী হোৱা নিম্ন উল্লেখিত ঠিকাভিক্তিক পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।
Vacancy Details
পদৰ নাম: কম্পিউটাৰ অপাৰেটৰ
পদৰ সংখ্যা: 01 টা
দৰমহা: Rs. 15,000 প্ৰতি মাহে
অৰ্হতা: পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব আৰু DCA/BCA.
অভিজ্ঞতা: Documentation, reporting, Data analysis, অনলাইন monitoring activities in social community development projects ৰ জ্ঞান থাকিব লাগিব। আগতে চৰকাৰী কাম কৰাৰ অভিজ্ঞতা থাকিলে অগ্ৰাধিকাৰ দিয়া হব।
বয়সৰ সীমা: 23-35 বছৰ
How to Apply
ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 03/10/2019 তাৰিখৰ ভিতৰত Standard Form of Application ত সকলো নথিসহ আবেদন কৰিব লাগিব।
ঠিকনা:
The City Project Officer,City Mission Management Unit (DAY-NULM), Nalbari Municipal Boards,Main Road, Nalbari, Assam-781335
Last Date: 03/10/2019 (upto 5 pm)
Important Points:
1. আবেদনৰ লগত 2 কপি পাচপৰ্ট ফটো দিব লাগিব।
2. সকলো শিক্ষাগত নথিপত্ৰৰ ফটোষ্টেট কপি জমা দিব লাগিব।
Download Standard Form: ইয়াত ক্লিক কৰক