LIC Bongaigaon Division Recruitment 2019
ভাৰতীয় জীৱন বীমা নিগমৰ বঙাইগাঁও ডিভিছনত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা অনলাইন আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।
মোবাইল যোগেদি পোনপ্ৰথমে চাকৰিৰ খবৰ পাবলৈ আমাৰ...
Facebook Page
|
|
WhatsApp
|
Details of Posts
পদৰ নাম: Assistant
পদৰ সংখ্যা: 41 টা (অসমৰ: 40, মেঘালয়ৰ: 01)
Educational
Qualification
পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ/প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব।
Age Limit
1. আবেদনকাৰীৰ বয়স 18 ৰ পৰা 30 বছৰৰ ভিতৰত হব লাগিব।
2. OBC ৰ বাবে 3 বছৰ আৰু SC/ST ৰ বাবে 5 বছৰৰ বয়সৰ উচ্চসীমা ৰেহাই দিয়া হব l
LICI Recruitment 2019:
How to Apply
পদসমূহৰ বাবে অনলাইন যোগেদি আবেদন কৰিব লাগিব। অনলাইন আবেদন লিংক তলত দিয়া হৈছে। অহা 01/10/2019 তাৰিখৰ ভিতৰত ইচ্ছুক প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব I
Important Dates
1. অনলাইন আবেদন আৰম্ভ হব: 17/09/2019
2. অনলাইন আবেদন সমাপ্ত হব: 01/10/2019
Important Link