LICI Guwahati Division Recruitment 2019
ভাৰতীয় জীৱন বীমা নিগমৰ গুৱাহাটী ডিভিছনত খালী
হোৱা
নিম্ন
উল্লেখিত
পদৰ
বাবে
ইচ্ছুক
আৰু
উপযুক্ত
অৰ্হতাৰ
প্ৰাথীৰ
পৰা
অনলাইন আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।
মোবাইল যোগেদি পোনপ্ৰথমে চাকৰিৰ খবৰ পাবলৈ আমাৰ...
Facebook Page
| |
WhatsApp
|
Details of Posts
পদৰ নাম: Assistant
পদৰ
সংখ্যা: 66 টা (অসমৰ: 63, মেঘালয়ৰ: 03)
Educational
Qualification
পদটোৰ
বাবে
আবেদনকাৰী
কোনো
স্বীকৃতি
প্ৰাপ্ত
বিশ্ববিদ্যালয়ৰ/প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব।
Age
Limit
1.
আবেদনকাৰীৰ
বয়স 18 ৰ
পৰা 30 বছৰৰ
ভিতৰত
হব
লাগিব।
2.
OBC ৰ
বাবে
3 বছৰ
আৰু
SC/ST ৰ
বাবে
5 বছৰৰ
বয়সৰ
উচ্চসীমা
ৰেহাই
দিয়া
হব l
LICI Recruitment
2019: How to Apply
পদসমূহৰ
বাবে
অনলাইন
যোগেদি
আবেদন
কৰিব
লাগিব।
অনলাইন
আবেদন
লিংক
তলত
দিয়া
হৈছে।
অহা
01/10/2019 তাৰিখৰ
ভিতৰত
ইচ্ছুক
প্ৰাৰ্থী
সকলে
আবেদন
কৰিব
পাৰিব I
Important
Dates
1.
অনলাইন
আবেদন
আৰম্ভ
হব: 17/09/2019
2.
অনলাইন
আবেদন
সমাপ্ত
হব: 01/10/2019
Important
Link