![Assam TET 2019: Notice Regarding Correction of Names and Posting Assam TET 2019: Notice Regarding Correction of Names and Posting](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEhMAfcXPSc9x1YVnhp-KYcZ0OPaGfns_0XnlIadleNLZYotCV6YZc1QSE3ttmhdL13Zd-g_lZu3SzbRuzaG8eRK4Gdb7FlHb2cuW-k4uruERDK02Hs5PX327wW0u4gvJefUf8y1NC2kEvqI/s1600/assamtet2019.png)
Assam TET 2019: Notice Regarding Correction of Names and Posting
অহা ১০ নৱেম্বৰ, ২০১৯ তাৰিখত অনুষ্ঠিত হব লগা টেট সম্পৰ্কীয় দুখনকৈ আজি জাননী প্ৰকাশ কৰা হৈছে।
প্ৰথম খন জাননী প্ৰকাশ কৰিছে ছেবা অৰ্থাৎ মাধ্যামিক শিক্ষা সংষদৰ ফালৰ পৰা। এই জাননী খন পৰীক্ষাৰ্থী সকলৰ এডমিত কাৰ্ডত নাম, ঠিকনা আদি ভূলকৈ আহিলে কিদৰে শুধৰণি কৰিব লাগিব সেয়া কোৱা হৈছে। তলত সম্পূৰ্ণ জাননী খন দিয়া হৈছে।
![Assam TET 2019 Assam TET 2019](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEg8I5HknAfaZ_6qNyKXoFdI0R_rkcce9xsn1oPOgEAmk0wcMRzvI8wHfsd77-vtXNTCg9hUAPBEAcLK1bo_0oJQrUSUdIxo7i09lzVmBEvRyECrBglIpEl-mRmhNuDxN3DWfGTjqMmqn4ao/s1600/assam-tet-new.jpg)
দ্বিতীয় খন জাননী জাৰি কৰিছে প্ৰাথমিক টেটৰ এম্পাৱাৰ্ড কমিটিৰ ফালৰ পৰা। এইখন এখন সংশোধনী জাননী। ইয়াত কোৱা হৈছে যে প্ৰাৰ্থীসকলে টেটত অনলাইন আবেদন কৰোঁতে যিটো জ'ন বাচনি কৰিছিল, তেওলোকে টেট পাছ কৰাৰ পিছত সেই জ'নৰ অন্তৰ্ভুক্ত জিলাসমূহত হে শিক্ষক পদৰ বাবে আবেদন কৰিব পাৰিব আৰু বেলেগ জ'নৰ অন্তৰ্ভূক্ত জিলালৈ বদলি হব নোৱাৰিব। তলত সম্পূৰ্ণ জাননী খন দিয়া হল।
![Assam TET 2019 Assam TET 2019](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEjjm2L_tC_M7eHNHGhzg9iGuKVPtbDOMOtVIbe0H4J8oe3Bw7p9QcGjkxYtPREhX1DBjasfu0Aou44CwdxRYwgrghgSD5CYnYQpeOAtmOgutnGrE3ubWjXpA-0Jx76LhWvuxWmWLpTvG0yJ/s1600/assam-tet.jpg)
Related: Download Assam TET, 2019 Admit Card