Central Teacher Eligibility Test, CBSE CTET Result 2021
CTET উত্তীৰ্ণ হবলৈ হলে সাধাৰণ শ্ৰেণীৰ পাৰ্থীয়ে 60% অৰ্থাৎ 90 নম্বৰ পাব লাগিব। আনহাতে OBC/SC/ST শ্ৰেণীৰ পাৰ্থীয়ে 55% অৰ্থাৎ 83 নম্বৰ পালেই এই পৰীক্ষাত উত্তীৰ্ণ হব পাৰিব।
CTET ৰ আনুষ্ঠানিক ৱেবচাইট: ইয়াত ক্লিক কৰক
About Central Teacher Eligibility Test
CTET দুটা শাখাত অনুষ্ঠিত হয়।
1. Primary Section: এই শাখা প্ৰাথমিক বিদ্যালয়ত (Class 1 to 5) শিক্ষক হব খোজা পাৰ্থীৰ বাবে অনুষ্ঠিত কৰা হয়।
2. Upper Primary Section:এই শাখা উচ্চ প্ৰাথমিক বিদ্যালয়ত (Class 6 to 8) শিক্ষক হব খোজা পাৰ্থীৰ বাবে অনুষ্ঠিত কৰা হয়।
CTET ৰ আনুষ্ঠানিক ৱেবচাইটৰ বাবে: ইয়াত ক্লিক কৰক