পৃথিৱীৰ কেইটামান উল্লেখযোগ্য দিৱস:
জানুৱাৰী
- ১ জানুৱাৰী : জনতাৰ দিন, নৱবৰ্ষ প্ৰথম দিন।
- ৯ জানুৱাৰী : প্ৰবাসী ভাৰতীয় দিৱস।
- ১১ জানুৱাৰী: লালবাহাদুৰ শাস্ত্ৰীৰ মৃত্যু দিৱস।
- ১২ জানুৱাৰী : বিবেকামমদ জয়ন্তী, ৰাষ্ট্ৰীয় যুৱ দিৱস।
- ১৫ জানুৱাৰী : সেনা দিৱস।
- ১৭ জানুৱাৰী : শিল্পী দিৱস।
- ২১ জানুৱাৰী : মেঘালয়, মণিপুৰ, ত্ৰিপুৰা দিৱস, আন্তকাৰ্তিক মাতৃভাষা দিৱস।
- ২৩ জানুৱাৰী : নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম দিৱস।
- ২৫ জানুৱাৰী : ৰাষ্ট্ৰীয় পৰ্যটন দিৱস, হিমাচল প্ৰদেশ দিৱস, ৰাষ্ট্ৰীয় ভোটাৰ দিন।
- ২৬ জানুৱাৰী : ভাৰতৰ গণতন্ত্ৰ দিৱস।
- ৩০ জানুৱাৰী : শ্বহীদ দিৱস, কুষ্ঠ নিবাৰণ দিৱস।
ফেব্ৰুৱাৰী
- ২ ফেব্ৰুৱাৰী : বিশ্ব জলাশয় দিৱস, শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় দিৱস।
- ৮ ফেব্ৰুৱাৰী : বিদ্যাৰ্থী দিৱস।
- ১৩ ফেব্ৰুৱাৰী : সৰোজনী নাইডু জন্ম দিৱস।
- ২০ ফেব্ৰুৱাৰী : অৰুণাচল দিৱস, মিজোৰাম দিৱস।
- ২২ ফেব্ৰুৱাৰী : চিন্তন দিৱস।
- ২৮ ফেব্ৰুৱাৰী : ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস।
মাৰ্চ
- ৩ মাৰ্চ : ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা দিৱস।
- ৪ মাৰ্চ : ৰাষ্ট্ৰীয় নিৰাপত্তা দিৱস।
- ৮ মাৰ্চ : আন্তৰ্জাতিক নাৰী দিৱস।
- ৯ মাৰ্চ : CSIF ৰাইজিং ডে’।
- ১২ মাৰ্চ : বিশ্ব বৃক্ক দিৱস।
- ১৫ মাৰ্চ : বিশ্ব প্ৰতিবন্ধী দিৱস, বিশ্ব গ্ৰাহক অধিকাৰ দিৱস।
- ১৬ মাৰ্চ : ৰাষ্ট্ৰীয় ছিটা দিৱস।
- ২১ মাৰ্চ : বিশ্ব বন দিৱস, বিশ্ব বৰ্ণবৈষম্য নিবাৰণী দিৱস।
- ২২ মাৰ্চ : বিশ্ব জল দিৱস।
- ২৩ মাৰ্চ : বিশ্ব বতৰ বিজ্ঞান দিৱস।
- ২৪ মাৰ্চ : বিশ্ব যক্ষ্মা দিৱস।
- ২৬ মাৰ্চ : বাংলাদেশ মুক্তি দিৱস।
এপ্ৰিল
- ১ এপ্ৰিল : এপ্ৰিল ফুল ডে’, উৰিষ্যা দিৱস।
- ৪ এপ্ৰিল : আন্তৰ্জাতিক খনি সজাগতা দিৱস।
- ৫ এপ্ৰিল : ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস।
- ৭ এপ্ৰিল : বিশ্ব স্বাস্থ্য দিৱস।
- ১৪ এপিল : আম্বেদকাৰ জয়ন্তী।
- ১৫ এপ্ৰিল : আন্তৰ্জাতিক গ্ৰন্থাগাৰিক দিৱস।
- ১৮ এপ্ৰিল : বিশ্ব ঐতিহ্য দিৱদ।
- ২২ এপ্ৰিল : ধৰিত্ৰী দিৱস।
- ২৩ এপ্ৰিল : বিশ্ব গ্ৰন্থ দিৱস।
- ২৪ এপ্ৰিল : মানৱ একতা দিৱস।
- ২৬ এপ্ৰিল : জনজাগৰণ দিৱস।
- ২৯ এপ্ৰিল : আন্তৰ্জাতিক নৃত্য দিৱস।
মে
- ১ মে’ : আন্তৰ্জাতিক শ্ৰমিক দিৱস (মে’ দিৱস)।
- ৩ মে’ : সংবাদ পত্ৰৰ স্বাধীনতা দিৱস, বিশ্ব এজমা দিৱস।
- ৮ মে’ : ৰেডক্ৰছ দিৱস।
- ১১ মে’ : ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস।
- ১২ মে’ : বিশ্ব নাৰ্ছ দিৱস।
- ১৩ মে’ : ৰাষ্ট্ৰীয় সংহতি দিৱস।
- ১৫ মে’ : আন্তৰ্জাতিক পৰিয়াল দিৱস।
- ১৭ মে’ : আন্তৰ্জাতিক সমাজ দিৱস, বিশ্বৰ দূৰ সংযোগ দিৱস।
- ২৯ মে’ : ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ আন্তৰ্জাতিক দিৱস।
- ৩১ মে’ : বিশ্ব ধূমপান বিৰোধী দিৱস।
জুন
- ৪ জুন : আন্তৰ্জাতিক শিশু নিৰ্যাতন বিৰোধী দিৱস।
- ৫ জুন : বিশ্ব পৰিৱেশ দিৱস।
- ১২ জুন : বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস।
- ১৪ জুন : বিশ্ব ৰক্তদাতা দিৱস।
- ১৮ জুন : বিশ্ব বনভোজ দিৱস।
- ২০ জুন : বিশ্ব শৰণাৰ্থী দিৱস, ৰাভা দিৱস।
- ২১ জুন : বিশ্ব সংগীত দিৱস।
- ২৬ জুন : বিশ্ব ড্ৰাগছ দিৱস।
জুলাই
- ১ জুলাই : চিকিৎসক দিৱস।
- ৭ জুলাই : আন্তৰ্জাতিক সমবায় দিৱস।
- ১১ জুলাই : বিশ্ব জনসংখ্যা দিৱস।
- ১৮ জুলাই : নেলচন মেণ্ডেলা আন্তৰ্জাতিক দিৱস।
- ২০ জুলাই : পঢ়ুৱৈ দিৱস।
আগষ্ট
- ৬ আগষ্ট : বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস, হিৰোছিমা দিৱস।
- ৯ আগষ্ট : নাগাচাকি দিৱস, ভাৰত ত্যাগ আন্দোলন দিৱস।
- ১২ আগষ্ট : আন্তৰ্জাতিক যুৱ দিৱস।
- ১৫ আগষ্ট : ভাৰতৰ স্বাধীনতা দিৱস।
- ২০ আগষ্ট : সদ্ভাৱনা দিৱস।
- ২৯ আগষ্ট : ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস, সংস্কৃত দিৱস।
ছেপ্তেম্বৰ
- ৫ ছেপ্তেম্বৰ : শিক্ষক দিৱস।
- ৮ ছেপ্তেম্বৰ : আন্তৰ্জাতিক স্বাক্ষৰতা দিৱস, গণ সংগীতৰ দিন।
- ১৪ ছেপ্তেম্বৰ : হিন্দী দিৱস।
- ১৫ ছেপ্তেম্বৰ : অভিযন্তা দিৱস, সঞ্চয়িকা দিৱস, শিক্ষা-সাংবাদিকতাৰ দিন।
- ১৬ ছেপ্তেম্বৰ : অ’জন স্তৰ সংৰক্ষণ দিৱস।
- ২১ ছেপ্তেম্বৰ : ৰাষ্ট্ৰসংঘৰ শান্তি আৰু অহিংসা দিৱস।
- ২৬ ছেপ্তেম্বৰ : বিশ্ব বধিৰ দিৱস।
- ২৭ ছেপ্তেম্বৰ : বিশ্ব পৰ্যটন দিৱস।
অক্টোবৰ
- ১ অক্টোবৰ : বিশ্ব বৃদ্ধ দিৱস, বিশ্ব সংগীত দিৱস।
- ২ অক্টোবৰ : গান্ধী জয়ন্তী, বিশ্ব অহিংসা দিৱস।
- ৩ অক্টোবৰ : বিশ্ব আবাস দিৱস, বিশ্ব প্ৰকৃতি দিৱস।
- ৪ অক্টোবৰ : বিশ্ব পশু কল্যাণ দিৱস।
- ৮ অক্টোবৰ : ভাৰতীয় বায়ুসেনা দিৱস।
- ১০ অক্টোবৰ : বিশ্ব ডাক দিৱস।
- ১৪ অক্টোবৰ : বিশ্বমান দিৱস।
- ১৬ অক্টোবৰ : বিশ্ব খাদ্য দিৱস।
- ১৭ অক্টোবৰ : অসম ক্ৰীড়া দিৱস।
- ২০ অক্টোবৰ : ৰাষ্ট্ৰীয় একতা দিৱস, বিশ্ব পৰিসংখ্যা দিৱস।
- ২৪ অক্টোবৰ : ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা দিৱস।
- ২৫ অক্টোবৰ : বিশ্ব শন্তি দিৱস।
- ২৯ অক্টোবৰ : বিশ্ব ষ্ট্ৰোক দিৱস।
- ৩০ অক্টোবৰ : বিশ্ব মিতব্যয়িতা দিৱস।
- ৩১ অক্টোবৰ : ৰাষ্ট্ৰীয় সংহতি দিৱস।
নৱেম্বৰ
- ৯ নৱেম্বৰ : আইন সেৱা দিৱস।
- ১০ নৱেম্বৰ : বিশ্ব বিজ্ঞান দিৱস।
- ১৪ নৱেম্বৰ : শিশু দিৱস, বহুমূত্ৰ দিৱস।
- ১৬ নৱেম্বৰ : আন্তৰ্জাতিক সহিষ্ণুতা দিৱস, ৰাষ্ট্ৰীয় প্ৰেছ দিৱস, বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস, বিশ্ব খাদ্য দিৱস।
- ১৯ নৱেম্বৰ : নাগৰিক দিৱস, সংহতি দিৱস।
- ২০ নৱেম্বৰ : বিশ্ব শিশু অধিকাৰ দিৱস, সংখ্যালঘু কল্যাণ দিৱস।
- ২১ নৱেম্বৰ : বিশ্ব টেলিভিছন দিৱস।
- ২৫ নৱেম্বৰ : আন্তৰ্জাতিক নাৰী নিৰ্যাতন বিৰোধী দিৱস।
- ২৬ নৱেম্বৰ : আইন দিৱস।
ডিচেম্বৰ
- ১ ডিচেম্বৰ : বিশ্ব এইডছ্ দিৱস।
- ২ ডিচেম্বৰ : কম্পিউটাৰ স্বাক্ষৰতা দিৱস, প্ৰদূষণ বিৰোধী দিৱস, সীমান্তনিৰাপত্তা বাহিনী দিৱস।
- ৩ ডিচেম্বৰ : বিশ্ব প্ৰতিবন্ধী দিৱস।
- ৪ ডিচেম্বৰ : নৌ সেনা দিৱস।
- ৫ ডিচেম্বৰ : আন্তৰ্জাতিক স্বেচ্ছাসেৱী দিৱস।
- ৭ ডিচেম্বৰ : আন্তৰ্জাতিক অসামৰিক বিমান পৰিবহন দিৱস, শস্য দিৱস।
- ৯ ডিচেম্বৰ : আন্তৰ্জাতিক দুৰ্নীতি নিবাৰণ দিৱস।
- ১০ ডিচেম্বৰ : মানৱ অধিকাৰ দিৱস, শ্বহীদ দিৱস (অসম)।
- ১১ ডিচেম্বৰ : আন্তৰ্জাতিক গিৰি দিৱস।
- ১৪ ডিচেম্বৰ : পতাকা দিৱস।
- ১৮ ডিচেম্বৰ : আন্তৰ্জাতিক প্ৰব্ৰজনকাৰী দিৱস, দলিত অধিকাৰ দিৱস।
- ২৩ ডিচেম্বৰ : কৃষক দিৱস।
- ২৬ ডিচেম্বৰ : অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস।
Disclaimer: These information are collected from internet and there may be any typing or other mistakes. Please comment if any mistake founds. Thank You.