Irrigation Dept., Assam Section Assistant
Exam Details
- Name of Post: Section Assistant
- Total No. of Posts: 397
- Date of Examination: 02-02-2020
- Exam Type: OMR based written Exam
- Date of Examination: 02-02-2020
Answer Key of Saturday, 01/02/2020: Click Here
Irrigation
Dept Section Assistant Exam Answer Key 2020
These questions are collected by
us and completely memory based. These are not the official answer key. We are
collecting the questions, please comment the question you have memorized. We
will try to give the answer of these question as soon as possible.
Irrigation Dept Section Assistant
Exam Answer Key 2020
Morning Shift
Morning Shift
1. ২০০৫ চনৰ ৮
ফ্ৰেব্ৰুৱাৰী যদি মংগল বাৰ হয় ২০০৪ চনৰ ৮ ফ্ৰেব্ৰুৱাৰী কি বাৰ হয় ?
Ans: Sunday
2. 50, 5, 45, 15, 40, 25, 35 ?
Ans: 35
3. ২০১৯ লোকসভা কিমানতম লোকসভা ?
Ans: 17 th লোকসভা
4. খাৰু: হাত, মুজা : ?
Ans: ভৰি
5. ফেচবুকৰ জনক কোন ?
Ans: Mark Zuckerberg
6. কোন গৰাকী মুক্তি যোদ্ধাই অসমত মৃত্যু বাহিনী সংগঠিত কৰিছিল?
সৰোজিনী নাইডু, ঝনকাৰী বাই, পুস্পলতা দাস, সাবিত্ৰী বাই ফুলে
Ans: পুস্পলতা দাস
7. সত্যমেৱ জয়তে ক'ৰ পৰা লোৱা?
Ans: উপনিষদ
9. Two numbers are in ratio 2:7. If their LCM is 224,
find the greater number
Ans: 112
10. ১
আৰু ১০০ ৰ মাজত কেইটা যমজ সংখ্যা থাকিব ?
Ans: 9
11. SENSEX সম্পূৰ্ণ নাম কি ?
Ans: Stock
Exchange Sensitive Index
12. আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কেতিয়া অনুষ্ঠিত কৰা হয় ?
Ans: 8 March
13. Average of first seven odd numbers
Ans: 9
14. জণ্ডিছ ৰোগ মানৱ শৰীৰৰ কোনটো অংশৰ লগত জড়িত ?
Ans: Liver
15. ATM ৰ
পৰা পইচা উলিয়াবলৈ কি ব্যৱহাৰ কৰি সত্যতা নিৰূপণ কৰিব লাগে ?
Ans: PIN
16. অমিল সংখ্যাটো বাচনি কৰা -৪, ৬, ৮ , ২৩
Ans: 23
17. Pardon antonyms ?
Ans: Condemn
18. It was difficult to sleep __ the flight.
Ans: During
19. Yesterday the sun ___ unusually late.
Ans: Rise
20. মিৰাণ্ডা কোনটো গ্ৰহৰ উপগ্ৰহ ?
Ans: Uranus
21. নুমলীগড় তেল শোধনাগাৰ ক'ত অৱস্থিত ?
Ans: Golaghat, Assam
22. ISO সম্পূৰ্ণ নাম কি আছিল ?
Ans: International
Standards Organization
23. I ____ learning English for 10 years now .
Ans: have been
24. টিপু চুলতানে ক'ত শাসন কৰিছিল ?
Ans: মাইচুৰ
25. অনুৰুদ্ধি ৰায় কোনখন গ্ৰন্থৰ বাবে বুকাৰ বঁটা লাভ কৰিছিল ?
Ans: The God of Small Things
26. অৰ্ণৱ গোস্বামীয়ে কোনটো চেনেল প্ৰতিষ্ঠা কৰিছিল ?
Ans: Republic TV
27. Average of first seven odd numbers..
Ans: 9
28. 4x-5y=20 সমীকৰণটোৰ লেখডালে x অক্ষক ………বিন্দুত দ্বিখণ্ডিত কৰে ৷
(2,0) (5,0) (4,5) (0,5)
Ans: (5,0)
29. ৩০ জানুৱাৰী ২০০৩ বৃহস্পতিবাৰ হ'লে, ২ মাৰ্চ ২০০৩ কি বাৰ হ'ব?
শুক্ৰবাৰ, বৃহস্পতিবাৰ, শনিবাৰ, ৰবিবাৰ
Ans: ৰবিবাৰ
30. বিসঙ্গতিপূৰ্ণ ঘড়ী এটাই ২ঘন্টাত ৩ মিনিটকৈ হেৰুৱালে কিমান সময়ত ২ ঘন্টা হেৰুৱাব?
৭২, ২, ৮০, ৮
Ans: ৮০
31. প্ৰেমা কিৰণৰ মাতৃ, কিৰণ দেৱৰ ভগ্নী হয়, দেৱ জনৰ পিতৃ, জনৰ সৈতে প্ৰেমাৰ সম্পৰ্ক কি?
Ans: আইতা
32. ৰামে শচীনক তাৰ দেউতাকৰ পত্নীৰ একমাত্ৰ ভাতৃৰ পুত্ৰ হিচাপে চিনাকি দিছিল, শচীন ৰামৰ কি হয়?
Ans: ভাতৃ
32. 10.30 pm বজাৰ 154 মিনিট পিছৰ সময়টো কি?
Ans: 1.04 AM
33. কোনখন প্ৰতিষ্ঠানত ফেচন পাঠ্যক্ৰম আছে
NDA, NID, NIFT, MICA
Ans. NIFT
Note: We are collecting the questions and will update soon. Please stay connected and if you have any question in your memory please do comment.
Answer Key of Saturday, 01/02/2020: Click Here
Evening
Shift
1. Full form of NGO
Ans: None Government Organisation
2. Quit India Movement is also known as…
Ans: August
movement
3. Who won gold medal in 2017 Asian boxing championship
Ans: Mary Kom
4. Which of the following word cannot be formed from the
letter of the word "CHARITABLE"?
A. ABLE
B. CHARITY
C. TABLE
D. HAIR
Ans: B. CHARITY
4. First novel prize winner of India?
Ans: Rabindra nath Thakur
5. GO=32, SHE=49 then SOME=?
Ans:
6. পিন নম্বৰৰ প্ৰথম তিনিটা সংখ্যা ই
কি বুজাই?
Ans: District
7. প্ৰথম ৩০ টা স্বাভাৱিক সংখ্যা ৰ যোগফলৰ গড় কিমান?
Ans: 15.5
8. গৌতম গম্ভীৰে কি খেলৰ বাবে পন্মশ্ৰী বটা পাইছে?
Ans: Cricket
9. তলত দিয়া অমিল মাহটো বাছি ওলিওৱা
Ans: ফেব্ৰুৱাৰী
10. শিশু শিক্ষাৰ অধিকাৰ আইনখন কি
Ans: RTE
11. প্ৰশ্নবোধক ঠাইত কি হ'ব ? ২, ৬, ?, ৫৪
Ans: 18
13. Position of Ritika Standing in a row with all her
other classmates is 17th from the left. If the total number of her classmates
is 38, then find her position from the right?
A. 22nd
B. 19th
C. 17th
D. 24th
Ans: 22nd
14. ৰাতিপুৱা এটাত গাৰ্গীয়ে সূৰ্যৰ অভিমুখে খোঁজ কঢ়া আৰম্ভ কৰিছিল। কিছুদূৰ খোঁজ কঢ়াৰ পিছত তাই বাওঁফালে ঘূৰে আৰু পুনৰ তাই তাইৰ বাওঁফালে ঘূৰে আৰু কিছুদূৰ খোজ কঢ়াৰ পিছত তাই পুনৰ তাইৰ সোঁফালে ঘূৰে। তাই কোন দিশে মুখ কৰি আছে।
১. দক্ষিণ-পশ্চিম
২. উত্তৰ
৩. পূৱ
৪. দক্ষিণ
Ans: উত্তৰ
15. Ram Nath kovind ---- president of India?
Ans: 14th
16. Earlier capital of Assam?
Ans: Shillong
17. When was Delhi made the capital of India?
Ans: 13
February 1931
18. Chairman of CBI?
Ans: Rishi
Kumar Shukla
19. When was planning commission established?
Ans: 15
March 1950
20. According new MVI act, which district of assam
collected maximum tax?
Ans: ???
Note: We are collecting the questions and will update soon. Please stay connected and if you have any question in your memory please do comment.
Answer Key of Saturday, 01/02/2020: Click Here