অসম চৰকাৰৰ পৰিবহন বিভাগত চাকৰি।
- পদৰ নাম: জুনিয়ৰ এচিছটেন্ট, পিয়ন, চকীদাৰ আৰু বিভিন্ন পদ
- পদৰ সংখ্যা: 225 টা
- অৰ্হতা: VIII Pass, Mertric, HS, Degree
অসম চৰকাৰৰ পৰিবহন বিভাগৰ ২২৫ টা পদৰ অনলাইন আবেদনৰ লিংক এতিয়া একটিভ হৈছে।
- অনলাইন আবেদন আৰম্ভ হব: ২০/০৭/২০২০
- অনলাইন আবেদন শেষ হব: ০৮/০৮/২০২০