Assam Direct Recruitments Grade IV Exam- 2022 ত অহা Memory Based Questions বিলাক দিয়া হল l
1) অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰীৰ নাম কি ?
উত্তৰ: বিষ্ণুৰাম মেধি
2) আহোমৰ শেষৰ ৰজাজনৰ নাম কি?
উত্তৰ: পুৰন্দৰ সিংহ
3) টাকা কোন দেশত প্ৰচলন হয়?
উত্তৰ:বাংলাদেশ
4) U A E ত মুদ্ৰা ক কি বোলে?
উত্তৰ:ডিৰহাম
5) কোনখন ৰাজ্য সাগৰৰ ওচৰত নাই?
উত্তৰ: চিকিম
6) ভিক্টোৰিয়েল মেমৰীয়েল কোন ঠাইত অৱস্থিত ?
উত্তৰ: কলকাতা
7) শেহতীয়াকৈ অসম বৈভৱ কোনে লাভ কৰিছে?
উত্তৰ: ৰতন টাটা
8) জিম্বাবুৱেৰ ৰাজধানী কি?
উত্তৰ: হাৰাৰে
9) 'অ মোৰ আপোনাৰ দেশ' কোনখন আলোচনীত প্ৰথম প্ৰকাশ হৈছিল ?
উত্তৰ: বাঁহী
10) আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ সীমাৰেখা নাম কি?
উত্তৰ: ডুৰাণ্ড লাইন
11) ) MP LADS আঁচনিৰ সম্পূৰ্ণ নাম কি?
উত্তৰ: Members of Parliament Local Area Development
Scheme
12)বেংকক কোন দেশৰ ৰাজধানী?
উত্তৰ:থাইলেণ্ড
13) ভাৰতত কেতিয়া প্ৰথম ৰঙীন টেলিভিছনৰ প্ৰচলন হয়?
উত্তৰ: 1982
14) কৌটিল্য কাৰ ৰাজত্ব কালত......
উত্তৰ: চন্দ্ৰগুপ্ত মৌৰ্য
15) অসম আৰু অৰুণাচল সংযোগ কৰা ঠাইখন..
উত্তৰ:
16)হিমা দাস কোন খেলৰ লগত জড়িত
উত্তৰ: দৌৰ
17) নৰেন্দ্ৰ মোদী ষ্টেডিয়াম কত অৱস্থিত
উত্তৰ: আহমেদাবাদ, গুজৰাট
18) 8 মে তাৰিখে কোনটো দিৱস পালন কৰা হয়?
উত্তৰ: Mother's day
19) শিক্ষাৰ অধিকাৰ কোনটো অনুচ্ছেদৰ লগত জৰিত?
উত্তৰ:
21 (A)
20)কোন আন্দোলনত কনকলতা শ্বহীদ হৈছিল
উত্তৰ:ভাৰত ত্যাগ
21) 4 মে'ত কি দিৱস পালন কৰা হয়?
উত্তৰ: ধপাত দিৱস
22) ভাৰতৰ প্ৰথম কৃটিম উপগ্ৰহটোৰ নাম কি?
উত্তৰ: আৰ্যভট্ট
23) অসম ৰাজ্যিক সংগ্ৰাহালয় কত অৱস্থিত
উত্তৰ: দীঘলীপুখুৰী, গুৱাহাটী
24) অসম মেডিকেল কলেজ
উত্তৰ: ডিব্ৰুগড়
25) নৰনাৰায়ণ সেতু সংযোগী দুখন জিলা
উত্তৰ: গোৱালপাৰা আৰু বঙাইগাও
26) NITI আয়োগৰ সভাপতি?
উত্তৰ: প্ৰধানমন্ত্ৰী
27) তলৰ কোনজন মন্ত্ৰী নতুনকৈ অসম মন্ত্ৰী সভাত স্থান লাভ কৰিছে?
উত্তৰ: জয়ন্ত মল্ল বৰুৱা
28) প্ৰত্যেক ক্ৰিয়াৰ সমান আৰু বিপৰীত দিশত প্ৰতিক্ৰিয়া আছে কাৰ সূত্ৰ?
উত্তৰ: নিউটনৰ
29)দিল্লীৰ নিকতবৰ্তী ঠাই
উত্তৰ: গুৰগাও
30) প্ৰথম ভাৰতীয় মহাকাশচাৰী
উত্তৰ: ৰাকেশ শৰ্মা
31) তলৰ কোনটো অমিল
উত্তৰ
32. ANTONYMS FOR Gorgeous...
উত্তৰ: বিকল্প পাহৰি গৈছো
33. বাণ থিয়েটাৰ ক'ত অৱস্থিত?
উত্তৰ: তেজপুৰ
34. প্ৰথম অসমীয়া IAS কোন?
উত্তৰ: আনন্দৰাম বৰুৱা
35. North Eastern Police Academy (NEPA) কোনখন ৰাজ্যত অৱস্থিত?
উত্তৰ: মেঘালয়