Full list of India’s medal winners at Commonwealth Games 2022
The Commonwealth Games 2020 was an international multi-sport event for members of the Commonwealth of Nations took place in Birmingham, England from 28 July to 8 August 2022.
The Games was the largest ever held, with 72 participating nations. The games were the first to have more events for women than men.
India won 22 gold, 16 silver and 23 bronze medals to record its fifth-best medal haul in CWG history. Here is a look at the full Indian medal winners list from Commonwealth Games 2022:
ভাৰতে
22 টা স্বৰ্ণ, 16 টা ৰূপ আৰু
23 টা ব্ৰঞ্জৰ, মুঠ 61 টা পদক
জিকি কমনৱেলথ গেমছৰ ইতিহাসত ইয়াৰ পঞ্চম শ্ৰেষ্ঠ পদক অৰ্জন কৰে।
Gold medal winners for India in Commonwealth Games 2022
- ১) সোণৰ পদক – পিভি সিন্ধু – বেডমিণ্টন মহিলা ছিংগলছ
- ২) সোণৰ পদক – লক্ষ্য সেন – বেডমিণ্টন পুৰুষৰ ছিংগলছ
- ৩) সোণৰ পদক – নিখাত জাৰিন – বক্সিং মহিলাৰ লাইট ফ্লাইৱেট
- ৪) সোণৰ পদক – ভিনেশ ফ’গাট – মল্লযুঁজ মহিলাৰ ফ্ৰীষ্টাইল ৫৩ কি:গ্ৰা:
- ৫) সোণৰ পদক – ৰবি কুমাৰ দাহিয়া – মল্লযুঁজ পুৰুষৰ ফ্ৰীষ্টাইল ৫৭ কি:গ্ৰা:
- ৬) সোণৰ পদক – নবীন – মল্লযুঁজ পুৰুষৰ ফ্ৰীষ্টাইল ৭৪ কি:গ্ৰা:
- ৭) সোণৰ পদক – শৰৎ কমল – টেবুল টেনিছ পুৰুষৰ ছিংগলছ
- ৮) সোণৰ পদক – নীতু গাংহাছ – বক্সিং নিম্নতম ওজন
- ৯) সোণৰ পদক – অমিত পাংগল – বক্সিং ফ্লাইৱেট
- ১০) সোণৰ পদক – বজৰং পুনিয়া – মল্লযুঁজ পুৰুষৰ ফ্ৰীষ্টাইল ৬৫ কি:গ্ৰা:
- ১১) সোণৰ পদক – সাক্ষী মালিক – মল্লযুঁজ মহিলাৰ ফ্ৰীষ্টাইল ৬২ কি:গ্ৰা:
- ১২) সোণৰ পদক – দীপক পুনিয়া – মল্লযুঁজ পুৰুষৰ ফ্ৰীষ্টাইল ৮৬কি:গ্ৰা:
- ১৩) সোণৰ পদক – মীৰাবাই চানু – ভাৰোত্তোলন মহিলাৰ ৪৯ কি:গ্ৰা:
- ১৪) সোণৰ পদক – জেৰেমি লালৰিনুঙ্গা – ভাৰোত্তোলন পুৰুষৰ ৬৭ কি:গ্ৰা:
- ১৫) সোণৰ পদক – অচিন্ত্য শিউলী – ভাৰোত্তোলন পুৰুষৰ ৭৩ কি:গ্ৰা:
- ১৬) সোণৰ পদক – লাভলী চৌবে, পিঙ্কি, নয়নমণি শইকীয়া, ৰূপা ৰাণী তিৰ্কী – লন বল মহিলা শাখা
- ১৭) সোণৰ পদক – শৰৎ কমল, জি সাথিয়ান, হৰমিত দেশাই, সানিল চেঠী – টেবুল টেনিছ পুৰুষ দল
- ১৮) সোণৰ পদক – সুধীৰ – পেৰা পাৱাৰ লিফটিং পুৰুষৰ হেভিৱেট
- ১৯) সোণৰ পদক – ভবিনা পেটেল – মহিলা ছিংগলছ ক্লাচেছ ৩-৫
- ২০) সোণৰ পদক – এলডহ’ছ পল – পুৰুষৰ ট্ৰিপল জাম্প
- ২১) সোণৰ পদক – শৰৎ কমল, শ্ৰীজা আকুলা – টেবুল টেনিছ মিক্সড ডাবলছ
- ২২) সোণৰ পদক – সাত্ত্বিক সাইৰাজ ৰঙ্কিৰেড্ডী আৰু চিৰাগ চেট্টী – বেডমিণ্টন পুৰুষৰ ডাবলছ্
Silver medal winners for India in Commonwealth Games 2022
- ২৩) ৰূপৰ পদক – ভাৰতীয় পুৰুষ হকী দল
- ২৪) ৰূপৰ পদক – ভাৰতীয় মহিলা ক্ৰিকেট দল
- ২৫) ৰূপৰ পদক – অংশু মালিক – মল্লযুঁজ মহিলাৰ ফ্ৰীষ্টাইল ৫৭ কি:গ্ৰা:
- ২৬) ৰূপৰ পদক – মুৰলী শ্ৰীশংকৰ –পুৰুষৰ লং জাম্প
- ২৭) ৰূপৰ পদক- কিদাম্বি শ্ৰীকান্ত, সাত্ত্বিক সাইৰাজ, সুমিথ ৰেড্ডী, লক্ষ্য সেন, চিৰাগ চেট্টী, ত্ৰিসা জলি, আকাশী কাশ্যপ, অশ্বিনী পোন্নাপ্পা, গায়ত্ৰী গোপীচান্দ, পি ভি সিন্ধু – বেডমিণ্টন মিক্সড টিম ইভেণ্ট
- ২৮) ৰূপৰ পদক – শৰৎ কমল, জি সাথিয়ান – টেবুল টেনিছ মিক্সড ডাবলছ
- ২৯) ৰূপৰ পদক – বিকাশ ঠাকুৰ – ভাৰোত্তোলন পুৰুষৰ ৯৬ কি:গ্ৰা:
- ৩০) ৰূপৰ পদক – সুশীলা দেৱী লিকমাবাম – জুডো মহিলাৰ ৪৮ কি:গ্ৰা:
- ৩১) ৰূপৰ পদক – বিন্দাৰাণী দেৱী – ভাৰোত্তোলন মহিলাৰ ৫৫ কি:গ্ৰা:
- ৩২) ৰূপৰ পদক – তুলিকা মান – জুডো মহিলাৰ +৭৮ কি:গ্ৰা:
- ৩৩) ৰূপৰ পদক – সংকেত ছাৰ্গাৰ – ভাৰোত্তোলন পুৰুষৰ৫৫ কি:গ্ৰা:
- ৩৪) ৰূপৰ পদক – অবিনাশ চেবলে – পুৰুষৰ ৩,০০০ মিটাৰ ষ্টিপলচেজ
- ৩৫) ৰূপৰ পদক – প্ৰিয়ংকা গোস্বামী – মহিলাৰ 1১০ কিলোমিটাৰ ৰেচ ৱাক
- ৩৬) ৰূপৰ পদক – দিনেশ কুমাৰ, চন্দন কুমাৰ সিং, সুনীল বাহাদুৰ, নৱনীত সিং – লন বল পুৰুষৰ দলৰ ইভেন্ট
- ৩৭)ৰূপৰ পদক – আব্দুল্লাহ আবুবকাৰ – পুৰুষৰ ট্ৰিপল জাম্প
- ৩৮) ৰূপৰ পদক – সাগৰ আহলাওৱত – বক্সিং পুৰুষৰ চুপাৰ হেভিৱেট
Bronze medal winners for India in Commonwealth Games 2022
- ৩৯) ব্ৰঞ্জৰ পদক – গুৰুৰাজা পূজাৰী – ভাৰোত্তোলন পুৰুষৰ ৬১ কি:গ্ৰা:
- ৪০) ব্ৰঞ্জৰ পদক – বিজয় কুমাৰ যাদৱ – জুডো পুৰুষৰ ৬০ কি:গ্ৰা:
- ৪১) ব্ৰঞ্জৰ পদক – হৰজিন্দৰ কৌৰ – ভাৰোত্তোলন মহিলাৰ ৭১ কি:গ্ৰা:
- ৪২) ব্ৰঞ্জৰ পদক – লাভপ্ৰীত সিং – ভাৰোত্তোলন পুৰুষৰ ১০৯ কি:গ্ৰা:
- ৪৩) ব্ৰঞ্জৰ পদক – সৌৰভ ঘোষাল – স্কোয়াছ পুৰুষৰ ছিংগলছ
- ৪৪) ব্ৰঞ্জৰ পদক – গুৰদীপ সিং – ভাৰোত্তোলন পুৰুষৰ ১০৯ কি:গ্ৰা:+
- ৪৫) ব্ৰঞ্জৰ পদক – তেজস্বিন শংকৰ – পুৰুষৰ হাই জাম্প
- ৪৬) ব্ৰঞ্জৰ পদক – দিব্যা কাক্ৰন – মল্লযুঁজ মহিলাৰ ৬৮ কি:গ্ৰা:
- ৪৭) ব্ৰঞ্জৰ পদক – মোহিত গ্ৰেৱাল – মল্লযুঁজ পুৰুষৰ ১২৫ কি:গ্ৰা:
- ৪৮) ব্ৰঞ্জৰ পদক – জেচমিন – বক্সিং মহিলাৰ লাইটৱেট ৬০ কি:গ্ৰা:
- ৪৯) ব্ৰঞ্জৰ পদক – পূজা গেহলট – মল্লযুঁজ ফ্ৰীষ্টাইল মহিলাৰ ৫৭=0 কি:গ্ৰা:
- ৫০) ব্ৰঞ্জৰ পদক – পূজা সেহাগ – মল্লযুঁজ ফ্ৰীষ্টাইল মহিলাৰ ৭৬ কি:গ্ৰা:
- ৫১) ব্ৰঞ্জৰ পদক – হুচামুদ্দিন – পুৰুষৰ বক্সিং ফেডাৰৱেট
- ৫২) ব্ৰঞ্জৰ পদক – দীপক নেহৰা – মল্লযুঁজ ফ্ৰীষ্টাইল পুৰুষৰ ৯৭ কি:গ্ৰা:
- ৫৩) ব্ৰঞ্জৰ পদক – সোনালবেন পেটেল – পেৰা টেবল টেনিছ মহিলা ছিংগলছ ক্লাছ ৩-৫
- ৫৪) ব্ৰঞ্জৰ পদক – ৰোহিত টোকাছ – বক্সিং পুৰুষৰ ৱেলটাৰৱেট ৬৭ কি:গ্ৰা:
- ৫৫) ব্ৰঞ্জৰ পদক – ভাৰতীয় মহিলা হকী দল
- ৫৬) ব্ৰঞ্জৰ পদক – সন্দীপ কুমাৰ – পুৰুষৰ ১০,০০০ মিটাৰ ৰেচ ৱাক
- ৫৭) ব্ৰঞ্জৰ পদক – আন্নু ৰাণী – মহিলাৰ জেভেলিন থ্ৰো
- ৫৮) ব্ৰঞ্জৰ পদক – সৌৰভ ঘোষাল আৰু দীপিকা পালিক্কাল – স্কোয়াছ মিক্সড ডাবলছ
- ৫৯) ব্ৰঞ্জৰ পদক – কিদাম্বি শ্ৰীকান্ত – বেডমিণ্টন পুৰুষৰ ছিংগলছ
- ৬০) ব্ৰঞ্জৰ পদক – গায়ত্ৰী গোপীচান্দ, বৃক্ষ জলি – বেডমিণ্টন মহিলাৰ ডাবলছ
- ৬১)
ব্ৰঞ্জৰ পদক – জি সাথিয়ান – টেবুল
টেনিছ পুৰুষৰ ছিংগলছ ।