1) পথৰুঘাটৰ ৰণ হোৱা ঠাই খনৰ নাম কি?
Answer : Darang(1894)
২) ভাৰতৰ নোবেল বঁটা কোনে প্ৰথমে লাভ কৰিছিল ?
Answer : Rabindra Nath Tagore
৩) আহোমে মোগলত কোন চনত শৰাইঘাটৰ যুদ্ধত পৰাস্ত কৰিছিল?
Answer :1671
৪) মেৰী কমে অলিম্পিকত কেইটা পদক পাইছিল?
Answer : 1(2012)
৫) বৰদলৈ ট্ৰফী কি খেলৰ লগত জড়িত?
Answer : Football
৬)২০২২ ত বিশ্বকাপ ফুটবল কত হ'ব?
Answer : FIFA World Cup Qatar 2022
৭) 56 সংখ্যক জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছে ?
Answer : Nilamoni Phukan
৮) কলীয়া ভোমোৰা দলং কোন দুখন ঠাইক সংযোগ কৰিছে?
Answer : Sonitpur To Nagaon
৯) অসমত লোক সভাৰ আসন কিমান?
Answer :14
১০) ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ ৰচক কোন?
Answer : RabindraNath Tagore
Related:
- Important Current Affairs Part 10
- Important Current Affairs Part 9
- Important Current Affairs Part 8
- Important Current Affairs Part 7
- Important Current Affairs Part 6
- Important Current Affairs Part 5
- Important Current Affairs Part 4
- Important Current Affairs Part 3
- Important Current Affairs Part 2
- Important Current Affairs Part 1
১১) ”হালধীয়া চৰায়ে বাওধান খায়"
গ্ৰন্থৰ লেখক কোন?
Answer : Homen Borgohain
১২) ভাৰতীয় সেনাৰ (
INA) শ্লোগানটো কি?
Answer : Jai Hind
১৩) সতী সাধনী কোন বংশৰ আছিল?
Answer : Chutia Dynasty Last Queen
১৪) তলৰ কোনখন জিলা ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ হয়-
Answer : Golaghat
১৫) বিশ্ব স্বাস্হ্য সংস্হা(WHO)ৰ মূখ্য কাৰ্য্যালয় ক'ত আছে?
Answer : Geneva(1948)
১৬) "আনন্দমঠ"
ৰ লেখক কোন আছিল?
Answer : Bonkim Chandra Chattergy
১৭) নামঘোষাৰ ৰচক কোন ?
Answer : Madhabdeva
১৮) ১৯৩৫ চনত মুক্তি লাভ কৰা জয়মতী ছবিৰ পৰিচালক জন কোন?
Answer : Jyoti Prasad Agarwala
১৯) সবৰমতী আশ্ৰম কত আছে?
Answer : Gujarat
২০) তলৰ কোনবিধক
Golden Silk বুলি কোৱা হয়?
Answer : Muga
২১) উমানন্দ মন্দিৰত কাৰ পূজা কৰা হয়?
Answer : Shiva Puja(Godadhar Singh)
২২) ভাৰতীয় জাতীয় কংগ্ৰেছ কিমান চনত গঠন হৈছিল?
Answer : 1885
২৩) অসম চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল?
Answer : 1985
২৪) গাৰো,খাচী,জয়ন্তীয়া লোক সকল প্ৰধানকৈ তলৰ কোনখন ৰাজ্যত পোৱা যায়?
Answer : Meghalaya
২৫) অৰুণাচল প্ৰদেশৰ ৰাজধানী কি?
Answer : Itanagar
২৬) এক মিলিয়লত কিমান ?
Answer : 10 Lakh(10,00,000)
২৭) তলৰ কোনবিধ তৰল ধাতু?
Answer : Para
২৮) Hand Sensitizer-ত তলৰ কোনবিধ কি দ্ৰৱ ব্যৱহাৰ কৰা হয়?
Answer : Alchol
২৯) এখন থানাৰ OC জন কি
Rank ৰ হ'ব পাৰে?
Answer : Sub-Inspector
৩০) মায়ামৰা সত্ৰৰ লগত জড়িত ব্যক্তিগৰাকী কোন?
Answer : AnirudhraDeva
৩১) শেহতীয়াকৈ ক'ত অলিম্পিক খেলৰ আয়োজন কৰা হৈছিল?
Answer : Tokyo
৩২) পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ কোনখন?
Answer : Asia
৩৩) ভাৰতৰ উচ্চ ন্যায়ালয় ক'ত আছে?
Answer : New Delhi
৩৪) কোন চনত অসমৰ ডাঙৰ ভূমিকম্প হৈছিল?
Answer : 1950
৩৫) বাণীকান্ত কাকতিদেৱ আছিল এগৰাকী-
Answer : Literature
৩৬) ইয়ান্দাবু সন্ধি কেতিয়া হৈছিল?
Answer : 1826
৩৭) অসম কেশৰী কোন?
Answer : AmbikaGiri RaiChoudhery
৩৮)ৰামায়ণ ৰ লেখক কোন?
Answer : Balmiki
৩৯)তলৰ কোন খন আহোম সকলৰ স্মৃতি স্থান?
Answer : Rongpur/Sivasagar
৪০)হেমকোষ হল এখন?
Answer : Dictonary