1/ অসমৰ ইতিহাসৰ মধ্যযুগ কেতিয়া আৰম্ভ হৈছিল?
উত্তৰ:- বেংগল চুলতানৰ অসম আক্ৰমণৰ পৰা
2/ অসম আক্ৰমণ কৰা প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল?
উত্তৰ:- বকটিয়াৰ খিলিজি
3/ বকটিয়াৰ খিলিজি কাৰ সামৰিক সেনাপতি আছিল ?
উত্তৰ:- কুটুবুদ্দিন ভাই
4/ কোন ৰজাৰ শাসন কালত কামৰূপত প্রথম মুছলমান সকলৰ আক্ৰমণ সংঘটিত হৈছিল?
উত্তৰ:- পিথু
5/ ইলটুতমিছৰ পুত্ৰ মহম্মদ ছাহ এ অসম আক্ৰমণ কৰাৰ সময়ত কামৰূপ ৰ ৰজা কোন আছিল?
উত্তৰ:- পিথু
6/ মহম্মদ বিন বখতিয়াৰে কোন ঠাইলৈ যোৱাৰ পথত কামৰূপত আক্ৰমণ কৰে?
উত্তৰ:- তিব্বত
7/ মহম্মদ বিন বখতিয়াৰ খিলজি এ আক্ৰমণ কৰাৰ সময়ত ইছলাম ধৰ্ম গ্ৰহণ কৰা মেচ জনজাতিৰ প্ৰথম স্থানীয় লোক কোন আছিল?
উত্তৰ:- আলি মেচ
8/ আহোম ৰাজ্য ৰ প্ৰতিস্থাপক কোন আছিল?
উত্তৰ:- চুকাফা
9/ আহোমসকল কৰ পৰা অসমলৈ আহিছিল?
উত্তৰ:- মাওলুং ৰাজ্য ৰ পৰা
10/ কোন চনত চুকাফাই তেওঁৰ ৰাজধানী মংমাও ত্যাগ কৰিছিল?
উত্তৰ:- 1215 CE
11/ আহোমসকল কোনটো পৰ্বত পাৰ হৈ অসমলৈ আহিছিল?
উত্তৰ:- পাটকাই পৰ্বত
12/ কিমান খ্ৰীষ্টাব্দত চুকাফাই ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল?
উত্তৰ:- 1228 খ্ৰীষ্টাব্দ
13/ কোন জন আহোম ৰজাই অসমত বুৰঞ্জী লিখা আৰম্ভ কৰিছিল?
উত্তৰ:-চুকাফা
14/ বুৰঞ্জী সমূহ প্ৰথমে কোন ভাষাত সংকলিত কৰা হৈছিল?
উত্তৰ:- আহোম
15/ আহোম সকলৰ বুৰঞ্জী বোৰ কিহৰ বাকলিত লিখা হৈছিল?
উত্তৰ:- সাঁচি গছৰ বাকলিত
16/ আহোম সকলে তেওঁলোক কাৰ বংশধৰ বুলি বিশ্বাস কৰে?
উত্তৰ:- ইন্দ্ৰ
17/ কোন চনত চুকাফাই চৰাইদেউত আহোমৰ ৰাজধানী নিৰ্মান কৰিছিল?
উত্তৰ:- 1253
18/ যেতিয়া চুকাফা অসমলৈ আহিছিল তেতিয়া মৰানৰ ৰজা কোন আছিল?
উত্তৰ:- বদৌছা
19/ বুঢ়াগোহাঁই আৰু বৰগোঁহাই পদবী কোনজন ৰজাই সৃষ্টি কৰিছিল?
উত্তৰ:- চুকাফাই
20/ কোন চনত চুকাফাৰ মৃত্যু হৈছিল?
উত্তৰ:- 1268 খ্ৰীষ্টাব্দ
21/ চুকাফাই কেইবছৰ ৰাজত্ব কৰিছিল?
উত্তৰ:- 36 বছৰ
22/ আহোমসকলৰ মুঠ কেইজন ৰজা আছিল।
উত্তৰ:-40 জনআহোমসকলে কেইবছৰ অসমত ৰাজত্ব কৰিছিল?
23/ আহোমসকলে কেইবছৰ অসমত ৰাজত্ব কৰিছিল?
উত্তৰ:- 598 (প্রায় 600 বছৰ)
24/ ইংৰাজে কোন চনত অসমত দাস প্ৰথা বন্ধ কৰিছিল?
উত্তৰ: 1843
25/ ‘ভগনীয়া ৰজা ‘ কোন?
উত্তৰ: জয়ধ্বজ সিংহ
26/ জলকোঁৱৰ কোন?
উত্তৰ : এলভিচ আলি হাজৰিকা
27/ ভাস্কৰবৰ্মন ক ভীষ্মৰ সৈতে তুলনা কৰা কিতাপ খনৰ নাম কি ?
উত্তৰ:- হর্ষচৰিত
28/ নালন্দাৰ বিখ্যাত শিক্ষক কোন আছিল, যাৰ অনুৰোধ আৰু পৰামৰ্শ অনুসৰি চীনা তীর্থ যাত্রী হিউয়েন চাং কামৰূপ ভ্ৰমণ কৰিছিল?
উত্তৰ:- শীলভদ্র
29/ হিউয়েন চাঙে ভাস্কৰবৰ্মন ৰ পৰা লাভ কৰা একমাত্ৰ উপহাৰ টো কি আছিল ?
উত্তৰ:- এটা টুপী
30/ হিউয়েন চাং ৰ মতে কামৰূপৰ পৰিধি কিমান আছিল ?
উত্তৰ:- 1700 মাইল ( 2720 km )
31/ হিউৱেন চাং ৰ মতে পুৰণি কামৰূপৰ মানুহে কি খেতি কৰিছিল?
উত্তৰ:- কঁঠাল আৰু নাৰিকল
32/ হিউৱেন চাং ৰ মতে জাতি অনুসৰি ভাস্কৰবৰ্মন আছিল এজন –
উত্তৰ:- ব্ৰাহ্মণ
33/ কামৰূপ ৰাজ্য প্ৰৱেশ কৰাৰ আগতে হিউৱেন চাঙে কোন খন নদী পাৰ হৈছিল ?
উত্তৰ:- কৰতোৱা নদী
34/ নালন্দা বিশ্ববিদ্যালয়ত কামৰূপ ৰ মোহৰ এৰি যোৱা কামৰূপ ৰ শাসকজন কোন আছিল ?
উত্তৰ:- ভাস্কৰবৰ্মন
35/ লি য়ি পিয়াও কাৰ শাসনকালত কামৰূপ ভ্রমণ কৰিছিল?
উত্তৰ:- ভাস্কৰবৰ্মন
36/ ভাস্কৰবৰ্মন কাৰ উপাসক আছিল ?
উত্তৰ:-শিৱ
37/ ভাস্কৰবৰ্মনৰ শাসনকালত কামৰূপৰ মূখ্য উদ্যোগ কি আছিল?
উত্তৰ:- নাওঁ সজা
38/ ভাস্কৰবৰ্মন ৰ শাসন কালত ৰাজ্যৰ ৰাজকীয় কোষাগাৰৰ দায়িত্বত আছিল ?
উত্তৰঃ- ভণ্ডৰাগড় অধিকাৰ
39/ অসমত তেল শোধনাগাৰ কত কত আছে ?
উত্তৰ:- ডিগবৈ নুনমাটি, বঙাইগাঁও, নুমলীগড়
40/ অসমৰ সৰ্বাধিক ৰেচম উৎপানকাৰী জিলা খন হল
উত্তৰ:- ধেমাজি
41/ গিবন অভয়াৰণ্য অসমৰ কোন খন জিলাত আছে ?
উত্তৰ:- যোৰহাট
42/ ব্ৰহ্মপুত্ৰ ওপৰৰ নৰনাৰায়ণ সেতুৱে কোন দুখন জিলাক সংযোগ কৰিছে ?
উত্তৰ:- বঙাইগাঁও আৰু গোৱালপাৰা
43/ গুৱাহাটীৰ চাহ নীলাম কেন্দ্ৰটো কিমান চনত স্থাপন কৰা হৈছিল ?
উত্তৰ:- 1970
44/ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ক কিমান চনত “বিশ্ব ঐতিহ্য স্থান” হিচাপে ঘোষণা কৰা হয়?
উত্তৰ:- 1985
45/ কোনধি গছক অসমৰ জাতীয় গছ হিচাপে জনা যায়?
উত্তৰ:- হোলোং
46/ কার্বিলাংপি জলবিদ্যুৎ প্রকল্প টো কোনখন জিলাত অৱস্থিত ?
উত্তৰ:- কাৰ্বিআংলং
47/ উত্তৰ- পূব পৰিষদৰ মূখ্য কাৰ্যালয় কত অৱস্থিত ?
উত্তৰ: শিলং
48/ অসমৰ ডাঙৰ জিলা খনৰ নাম কি ?
উত্তৰ:- কাৰ্বি আংলং
49/ 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ ভিতৰত সৰ্বাধিক জনসংখ্যা থকা জিলা খনৰ নাম কি
উত্তৰ:- নগাঁও
50/ 2011 চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিতৰ হাৰ কিমান ?
উত্তৰ:- 72.19%
51/ কোচ ৰাজ্য ৰ মুদ্ৰাক কি বুলি জনা গৈছিল?
উত্তৰ:- নাৰায়নী
52/ কোচ সকলৰ মুদ্ৰাৰ আকৃতি কেনেধৰণৰ আছিল?
উত্তৰ:- ঘূৰণীয়া
53/ আহোমসকলৰ মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল? উত্তৰ:- আঠকোণীয়া
54/ কোনজন কোচ ৰজাই শ্ৰীমন্ত শংকৰদেৱৰ পৃষ্ঠপোষকতা লাভ কৰিছিল?
উত্তৰ:- নৰনাৰায়ণ
55/ কাৰ তত্বাৱধানত অসমীয়া শিপিনী সকলে বৃন্দাৱনী বস্ত্ৰ বৈছিল?
উত্তৰ:- শংকৰদেৱৰ
56/ শংকৰদেৱৰ আজো ককাৰ নাম কি আছিল?
উত্তৰ:- চণ্ডীবৰ
57/ শংকৰদেৱ এ কেতিয়া অসমত নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল?
উত্তৰ:- 16 শতিকাত
58/ মাধৱদেৱে কেতিয়া জন্মগ্ৰহণ কৰিছিল?
উত্তৰ:- 1489
59/ মাধৱদেৱৰ গুৰু কোন আছিল?
উত্তৰ:- ৰাজেন্দ্ৰ অধ্যাপক
60/ মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰ:- অনিৰুদ্ধদের
61/ চৈয়দ শাহ মিলান কি নামেৰে অসমত জনপ্রিয়?
উত্তৰ:- আজান ফকীৰ
62/ নৰনাৰায়ণৰ ৰাজত্বকালত কাক সেনাৰ সেনাধ্যক্ষ / সেনাপতি হিচাপে নিযুক্তি দিয়া হৈছিল?
উত্তৰ:- চিলাৰায়
63/ কোন চনত নৰনাৰায়নে আহোম ৰাজ্য আক্ৰমণ কৰি কোচ ৰ তলতীয়া কৰিছিল?
উত্তৰ: 1562
64/ নৰনাৰায়ণৰ ৰাজত্বৰ পিছত কোচৰাজ্য দ্বিখণ্ডিত হৈছিল, সেই ভাগ দুটা কি কি ?
উত্তৰ:- কোচবিহাৰ আৰু কোচহাজো
65/বকুল কায়স্থ কোন আছিল?
উত্তৰ:- কামৰূপৰ এজন গণিতজ্ঞ
66/ বকুল কায়স্থ ই লিখা দুখন গ্ৰন্থ কি কি ?
উত্তৰ:- কিতাৰত মঞ্জুৰী আৰু লীলাৱতী
67/ গীতাগোবিন্দ আৰু বৰ্ধকাব্যৰ ৰচক কোন ?
উত্তৰ:- ৰামস্বৰস্বতী
68/ কাৰ অনুৰোধ মৰ্মে সংস্কৃত মহাভাৰতৰ শ্লোক ৰামস্বৰস্বতী এ অসমীয়ালৈ অনুবাদ কৰিছিল?
উত্তৰ:- চিলাৰায়
69/ কামৰূপৰ “বিক্রমাদিত্য” বুলি কাক জনা গৈছিল ?
উত্তৰ:- নৰনাৰায়ণ
70/ 1585 চনত নৰনাৰায়ণৰ ৰাজত্ব কালত কোচ ৰাজ্য ভ্ৰমণ কৰা ইংৰাজ ভ্ৰমণকাৰী জনৰ নাম কি?
উত্তৰ:- ৰালফ ফিটচ
71/ নৰনাৰায়ণৰ মৃত্যু কেতিয়া হৈছিল ?
উত্তৰ: 1587
72/ কোনজন কোচ ৰজাৰ মৃত্যুৰ পিছত ৰঘুদের এ নিজকে স্বাধীন বুলি কৈছিল?
উত্তৰ:- নৰনাৰায়ণ (ৰঘুদেৱ চিলাৰায় ৰ পুতেক আছিল )
73/ অসমৰ প্ৰথম মহিলা মূখ্যমন্ত্রী কোন?
উত্তৰ : আনোৱাৰা তাইমুৰ
74/ স্বাধীনতাৰ আগত অসমৰ প্ৰথম ৰাজ্যপাল কোন
আছিল ?
উত্তৰ : Nicholes Dodd
75/ অসমৰ প্ৰথমজন প্রশাসনিক বিষয়া কোন আছিল?
উত্তৰ : আনন্দৰাম বৰুৱা
76/ অসমৰ প্ৰথম মেডিকেল কলেজ কোনখন ?
উত্তৰ : Berry White
Medical School (বৰ্তমানৰ AMC
মেডিকেল কলেজ, ডিব্ৰুগড় )
77/ এছিয়ান গেমছত সোণৰ পদক পোৱা প্ৰথম গৰাকী কোন ?
উত্তৰ: ভোগেশ্বৰ বৰুৱা
78/ প্ৰথম গৰাকী অসমীয়া ৰাষ্ট্ৰপতি কোন ?
উত্তৰ : ফকৰুদ্দিন আলি আহমেদ
79/ প্ৰথম অসমীয়া বোলছবি কি আছিল ?
উত্তৰ: জয়মতী
80/ স্বাধীনতাৰ পাছত অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?
উত্তৰ: ছাৰ আকবৰ হাইদৰী
81/ ফকৰুদ্দিন আলি আহমেদ আমাৰ ভাৰতৰ কিমানত্বম ৰাষ্ট্ৰপতি আছিল?
উত্তৰ: পঞ্চম
82/ প্ৰথম অসমীয়া ৰঙীন বোলছবি খনৰ নাম কি ?
উত্তৰ : ভাইটি
83/ প্রথম গৰাকী গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কোন?
উত্তৰ : কৃষ্ণকান্ত সন্দিকৈ
84/ প্ৰথম গৰাকী জ্ঞানপীঠ বঁটা বিজয়ী?
উত্তৰ : ড° বাণীকান্ত কাকতি
85/ অসমৰ প্ৰথম পদ্মভূষণ বঁটা বিজয়ী কোন ?
উত্তৰ : প্ৰাক্তন মুখ্যমন্ত্রী বিমলা প্ৰসাদ চলিহা
86/ অসমৰ কোন ঠাইত চাহ নিলাম কেন্দ্র আছে ?
উত্তৰ: গুৱাহাটী
87/ শৰাইঘাটৰ ৰণ কোন চনত হৈছিল ?
উত্তৰ: 1671
89/ ‘ অৰুণোদয় ‘ সংবাদপত্ৰ কোন চনত প্ৰকাশ পাইছিল?
উত্তৰ: 1846
90/ ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ কোনটো?
উত্তৰ: 7 নং ৰাষ্ট্ৰীয় ঘাইপথ
91/ অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন?
উত্তৰ: নলিনীবালা দেৱী
92/ ‘ নৰনাৰায়ণ সেতু’ৱে যোগীঘোপাক কোন ঠাইৰ লগত সংযোগ কৰিছে ?
উত্তৰ: পঞ্চৰত্ন
93/ ভাৰতৰ সাংবিধানিক মুৰব্বী কোন?
উত্তৰ: ৰাষ্ট্ৰপতি
94/ ইংৰাজে কোন চনত অসমত দাস প্ৰথা বন্ধ কৰিছিল?
উত্তৰ: 1843
95/ ‘ভগনীয়া ৰজা ‘ কোন?
উত্তৰ: জয়ধ্বজ সিংহ
96/ জলকোঁৱৰ কোন?
উত্তৰ : এলভিচ আলি হাজৰিকা
97/ অসমৰ প্ৰথম চাহ খেতিয়ক জন কোন ?
উত্তৰ: মণিৰাম দেৱান
98/ অসম উপত্যকা সাহিত্য বঁটা পোৱা ব্যক্তিগৰাকী কোন ?
উত্তৰ: ড° ভবেন্দ্ৰনাথ শইকীয়া
99/ ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া কোন ?
উত্তৰ : গোপীনাথ বৰদলৈ
100/ প্ৰথম অসমীয়া মহিলা আই.এ. এছ কোন?
উত্তৰ : শ্ৰীমতী পাৰুল দাস
101/ বিশ্ব পৰ্য্যটন দিৱস কোন তাৰিখে পালন কৰা হয়?
উত্তৰ: 27 ছেপ্তেম্বৰ
102/ ICC ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উত্তৰ: ডুবাই
103/ অৰ্জুন বঁটা প্ৰথম কোন চনত প্ৰদান কৰা হয়?
উত্তৰ: 1961
104/ ভাৰতৰ দ্বিতীয় মহাকাশচাৰী কোন?
উত্তৰ: কল্পনা চাওলা
105/ fifa বিশ্বকাপ সৰ্বাধিক কোন দেশে জিকিছে?
উত্তৰ: ব্ৰাজিল
106/ ‘এখুদ ককাইদেউ’ কোন?
উত্তৰ: নবকান্ত বৰুৱা
107/ জ্যোতিপ্ৰসাদ আগৰৱালাই 14 বছৰ বয়সত ৰচনা কৰা নাটক খন কি,
উত্তৰ: শোণিতকোঁৱৰী
108/ তেলেংগানাক কোন চনত ভাৰতৰ ৰাজ্য হিচাপে ঘোষণা কৰা হয়?
উত্তৰ: 2014
109/ বিশ্বৰ আটাইতকৈ ডাঙৰ দ্বীপ কি?
উত্তৰ: গ্ৰীণলেণ্ড
110/ কোন চনত ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা হয়?
উত্তৰ: 1945 চনৰ 24 অক্টোবৰ
111/ গুজৰাটী ভাষাত গান্ধী মানে কি?
উত্তৰ: ব্যৱসায়ী
112/ জ্যোতিপ্ৰসাদ আগৰৱালাৰ লিখি শেষ নোহোৱা নাটক খন কি?
উত্তৰ: আমাৰ গাঁও
113/ মধ্যপ্ৰদেশৰ ৰাজধানী কি?
উত্তৰ: ভূপাল
114/ world test championship 2021 বিজয়ী কোন?
উত্তৰ: নিউজিলেণ্ড
115/ ৰামায়ণৰ ৰচক বাল্মীকিৰ অন্য নাম কি?
উত্তৰ: আদিকবি
116/ আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীতটিত ‘ উৎকল’ বুলি কোন ঠাইক বুজাইছে?
উত্তৰ: উৰিষ্যা
117/ সত্যাগ্ৰহ আন্দোলন ক’ৰ পৰা আৰম্ভ হৈছিল?
উত্তৰ: বিহাৰৰ চম্পাৰন জিলা
118/ ভাৰতৰ সৰ্বশ্ৰেষ্ঠ বঁটা কি?
উত্তৰ: ভাৰত ৰত্ন
119/ এছিয়াৰ আটাইতকৈ ডাঙৰ দেশখন কি?
উত্তৰ: চীন
120/ অংশুমান শব্দৰ অৰ্থ কি?
উত্তৰ: সূৰ্য্য
121/ জয়মতী বোলছবি কোন চনত মুক্তি পায়?
উত্তৰ: 1935
122/ সমগ্ৰ ভাৰতবৰ্ষতে কোন চনৰ পৰা EVM ব্যৱহাৰ কৰা হয়?
উত্তৰ: 2004
123/ বগা হাতীৰ দেশ বুলি কাক কোৱা হয়?
উত্তৰ: থাইলেণ্ড
124/ ৱাংখেড়ে ষ্টেডিয়াম ক’ত অৱস্থিত?
উত্তৰ: মুম্বাই
125/ চাণক্যৰ প্ৰকৃত নাম কি?
উত্তৰ: বিষ্ণু গুপ্ত
126/ প্রথম খন অসমীয়া কৃষি আলোচনী কি?
উত্তৰ:- আসাম কৃষক (ASAM KRISHOK)
127/ প্রথম অসমীয়া চুটি গল্পটো কি?
উত্তৰ:- কন্যা
128/ প্রথম অসমীয়া গল্প সংকলনটো কি?
উত্তৰ:- সুৰভি
129/ কেতিয়া অসমীয়া চুটি গল্প সংকলন “সুৰভি” প্ৰকাশ হৈছিল?
উত্তৰ:- ১৯০৯ চনত
130/ প্ৰথম অসমীয়া চুটি গল্প সংকলন “সুৰভি”ৰ লেখক কোন আছিল?
উত্তৰ:-লক্ষ্মীনাথ বেজবৰুৱা
131/ “সাধুকথাৰ কুকি” কোনে লিখিছিল ?
উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱা
132/
শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট শীর্ষক শিশুৰ কিতাপখন কোনে ৰচনা কৰিছিল ?
উত্তৰ:- ভবেন্দ্ৰ নাথ শইকীয়া
133/ ড. অৰূপা কলিতা পটংগিয়াই অসম উপত্যকা সাহিত্য বঁটা কেতিয়া লাভ কৰিছে ?
উত্তৰ:- 2016 চনত
134/ কোন বছৰত ভূপেন হাজৰিকা সাহিত্য সভাৰ সভাপতি নির্বাচিত হৈছিল ?
উত্তৰ:- ১৯৯৩ চনত
135/ প্ৰথম অসমীয়া ভাষাৰ আলোচনী আৰুনোদই কৰ পৰা প্ৰকাশ হৈছিল ?
উত্তৰ:- শিৱসাগৰ
136/ কোন বছৰত প্ৰথম খন অসমীয়া উপন্যাস মিৰি জিয়ৰী প্ৰকাশিত হৈছিল ?
উত্তৰ:- ১৮৯৪ চনত
137/ যতীন্দ্ৰ নাথ দুৱাৰাক কি নামেৰে জনা গৈছিল?
উত্তৰ:- বন ফুলৰ কবি
138/ লক্ষ্মীনাথ বেজবৰুৱাক কোন বছৰত অসম সাহিত্য সভাই ‘ৰসৰাজ’ উপাধিৰে সন্মানিত কৰে ?
উত্তৰ:- ১৯৩১ চনত
139/ “হালধিয়া চৰায়ে বাওঁধন খাই” উপন্যাসখন কোনে লিখিছিল?
উত্তৰ:- হোমেন বৰগোহাঁই
140/
শংকৰদেৱে বৰগীত লিখিবলৈ কোনটো ভাষা ব্যৱহাৰ কৰিছিল ?
উত্তৰ:- ব্ৰজাৱলি
141/ বৰগীত বিলাক হিন্দী ভাষালৈ কোনে অনুবাদ কৰে ?
উত্তৰ:- দেৱী প্ৰসাদ বগৰোদিয়া
142/ অসমৰ কোন ঠাইত চাহ নিলাম কেন্দ্র আছে ?
উত্তৰ: গুৱাহাটী
143/ শৰাইঘাটৰ ৰণ কোন চনত হৈছিল ?
উত্তৰ: 1671
144/ ‘ অৰুণোদয় ‘ সংবাদপত্ৰ কোন চনত প্ৰকাশ পাইছিল?
উত্তৰ: 1846
145/ ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ কোনটো?
উত্তৰ: 7 নং ৰাষ্ট্ৰীয় ঘাইপথ
146/ অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন?
উত্তৰ: নলিনীবালা দেৱী
147/ ‘ নৰনাৰায়ণ সেতু’ৱে যোগীঘোপাক কোন ঠাইৰ লগত সংযোগ কৰিছে ?
উত্তৰ: পঞ্চৰত্ন
148/ ভাৰতৰ সাংবিধানিক মুৰব্বী কোন?
উত্তৰ: ৰাষ্ট্ৰপতি
149/ ইংৰাজে কোন চনত অসমত দাস প্ৰথা বন্ধ কৰিছিল?
উত্তৰ: 1843
150/ ‘ভগনীয়া ৰজা ‘ কোন?
উত্তৰ: জয়ধ্বজ সিংহ
151/ জলকোঁৱৰ কোন?
উত্তৰ : এলভিচ আলি হাজৰিকা