1. জলসংৰক্ষণৰ প্ৰচেষ্টাত জলশক্তি মন্ত্ৰালয়ৰ পৰা কোনখন ৰাজ্যই প্ৰথম স্থান লাভ কৰিছে?
উত্তৰ: উত্তৰ প্ৰদেশ (প্ৰথম), ৰাজস্থান (দ্বিতীয়)।
2. শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ লাভ কৰা প্ৰথম কৃষ্ণাঙ্গ অভিনেতাজনৰ ৯৪ বছৰ বয়সত মৃত্যু হয়। তাৰ নামটো কি আছিল?
উত্তৰ: চিডনী পইটিয়াৰ।
3. ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ নতুন নিৰ্বাচক কাক বনোৱা হৈছে?
উত্তৰ: ডেচমণ্ড হেইন্স।
-:You May Like:-
IBPS PO/ MT Recruitment 2022 – 6432 Probationary Officer Vacancy
NHM Assam Recruitment 2022 : 872 Vacancy
4. কোন জন চলচ্চিত্ৰ অভিনেতাক নিৰ্বাচন আয়োগে ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি দিছে?
উত্তৰ: চনু সুদ।
5. ভাৰতীয় সেনাই ইয়াৰ তথ্য লিক হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ কিমানটা এপ্প নিষিদ্ধ কৰিছে?
উত্তৰ: 89 টা এপ্প।
6. ৰোমত খননকাৰ্যৰ সময়ত প্ৰত্নতাত্ত্বিকসকলে ২,০০০ বছৰ পুৰণি এটা কুকুৰৰ মূৰ্তি বিচাৰি পাইছে, ইয়াৰ নাম কি?
উত্তৰ: টেৰাকোটা।
7. কোন খন দেশে 12 ৰ পৰা 15 বছৰৰ শিশুক বুষ্টাৰ পালি(booster dose) দিয়াৰ অনুমতি দিছে?
উত্তৰ: আমেৰিকা।
8. দেশৰ কোনখন চহৰত ভাৰতৰ প্ৰথম মুক্ত শিলা সংগ্ৰহালয় উদ্বোধন কৰা হৈছে?
উত্তৰ: হায়দৰাবাদ।
-:You May Like:-
Assam Direct Recruitment Admit Card 2022 - Download Here
9. কোনখন ৰাজ্যক খেলো ইণ্ডিয়া 2023 আয়োজনৰ দায়িত্ব দিয়া হৈছে?
উত্তৰ: মধ্য প্ৰদেশ।
10. আইচিআইচিআইৰ(ICICI)
নতুন কাৰ্যবাহী সঞ্চালক হিচাপে কাক নিযুক্তি দিয়া হৈছে?
উত্তৰ: অনুপ বাগচী।