প্ৰশ্ন 01। শেহতীয়াকৈ যি তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ প্ৰথম মহিলা মুৰব্বী হৈছে।
উত্তৰ: অলকা মিত্তাল
প্ৰশ্ন 02। শেহতীয়াকৈ কোনে NEET 3.0 মুকলি কৰিছে?
উত্তৰ: শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান
প্ৰশ্ন 03। শেহতীয়াকৈ 3 ট্ৰিলিয়ন ডলাৰ এম-কেপ স্পর্শ কৰা বিশ্বৰ প্ৰথম কোম্পানী হৈছে:
উত্তৰ: আপেল(Apple)
-:You May Like:-
IBPS PO/ MT Recruitment 2022 – 6432 Probationary Officer Vacancy
NHM Assam Recruitment 2022 : 872 Vacancy
প্ৰশ্ন 04। শেহতীয়াকৈ ফটো সাংবাদিকতাৰ বাবে ৰামনাথ গোয়েঙ্কা বঁটা কোনে লাভ কৰিছে?
উত্তৰ: জিশান-ই-লতিফ
প্ৰশ্ন 05। শেহতীয়াকৈ কোনটো বেংকক আন্তৰ্জাতিক প্ৰেৰণ ব্যৱসায়ৰ বাবে অনুমোদন জনোৱা হৈছে?
উত্তৰ: ফিনো পেমেণ্টবেঙ্ক
প্ৰশ্ন 06। শেহতীয়াকৈ ভাৰতৰ প্ৰথম অটো ইটিএফ(Auto ETF) কোনে মুকলি কৰিছে?
উত্তৰ: নিপ্পন ইণ্ডিয়া এমএফ(Nippon India MF)
প্ৰশ্ন 07। শেহতীয়াকৈ লাডাখত তিব্বতীয় বৌদ্ধ ধৰ্মৰ পৰম্পৰাগত কাৰ্যসূচীত নতুন বছৰৰ আৰম্ভণিতে কোনটো উৎসৱ উদযাপন হৈছে?
উত্তৰ: লোছাৰ উৎসৱ
প্ৰশ্ন 08। শেহতীয়াকৈ ভাৰতৰ প্ৰথম ক্ৰিপ্টোকাৰেন্সী সূচক - আইচি15 (cryptocurrency index - IC15)কোনে মুকলি কৰিছে?
উত্তৰ: ক্ৰিপ্টোৱায়াৰ (Cryptowire)
-:You May Like:-
Assam Direct Recruitment Grade IV Admit Card 2022 - Download Here
প্ৰশ্ন 09। শেহতীয়াকৈ কোনটো বেংকক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা অনুসূচীত বেংকৰ মৰ্যাদা দিয়া হৈছে?
উত্তৰ: এয়াৰটেল পেমেণ্টবেঙ্ক(Airtel Payments Bank)
প্ৰশ্ন 10। শেহতীয়াকৈ উৰিষ্যা ৰাজ্যৰ প্ৰথম খন জিলা যিখন বাল্য বিবাহৰ পৰা মুক্ত।
উত্তৰ: গঞ্জাম জিলা
Related: