প্ৰশ্ন 01। শেহতীয়াকৈ যি ভাৰতীয় মূলৰ প্ৰথম কৃষ্ণাঙ্গ মহিলা হৈ দক্ষিণ মেৰুত উপনীত(reach) হৈছে?
উত্তৰ: হৰপ্ৰীত চান্দি (পোলাৰ প্ৰীত)
প্ৰশ্ন 02। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ তম ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ আয়োজন কৰিবলৈ কোনখন ৰাজ্য বাছনি কৰিছে?
উত্তৰ: পুডুচেৰী
প্ৰশ্ন 03। শেহতীয়াকৈ কাক ছাংহাই সহযোগিতা সংস্থাৰ নতুন মহাসচিব হিচাপে নিযুক্তি দিয়া হৈছে?
উত্তৰ: ঝাং মিং
-:You May Like:-
IBPS PO/ MT Recruitment 2022 – 6432 Probationary Officer Vacancy
NHM Assam Recruitment 2022 : 872 Vacancy
প্ৰশ্ন 04। শেহতীয়াকৈ কাক কৃষি ব্যয় আৰু মূল্য আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে?
উত্তৰ: বিজয় পল শৰ্মা
প্ৰশ্ন 05। শেহতীয়াকৈ কাক বেংক অফ বৰোদাৰ ব্ৰেণ্ড এম্বেচেডৰ কৰা হৈছে?
উত্তৰ: শেফালী বাৰ্মা
প্ৰশ্ন 06। শেহতীয়াকৈ আন্তৰ্জাতিক সৌৰ মিত্ৰতাত যোগদান কৰা ১০২ তম দেশৰ নাম কি?
উত্তৰ: এণ্টিগুয়া আৰু বাৰ্বুডা
প্ৰশ্ন 07। শেহতীয়াকৈ কাক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সন্ত্ৰাসবাদ বিৰোধী সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে?
উত্তৰ: টি.এছ. তিৰুমূৰ্তি
প্ৰশ্ন 08। শেহতীয়াকৈ কোনে ইউআইপাথ অটোমেচন এক্সেলেন্স এৱাৰ্ড২০২১(UiPath Automation
Excellence Awards 2021) লাভ কৰিছে?
উত্তৰ: চাউথ ইণ্ডিয়ান বেংক
-:You May Like:-
Assam Direct Recruitment Admit Card 2022 - Download Here
প্ৰশ্ন 09। শেহতীয়াকৈ কোনে সংখ্যাতত্ত্বত প্ৰথম গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড ২০২২ ৰ খিতাপ অৰ্জন কৰিছে?
উত্তৰ: সংখ্যাতত্ত্ববিদ জেছি চৌধুৰী
প্ৰশ্ন 10। মমতা: বিয়ণ্ড ২০২১(Mamta: Beyond) 2021 নামৰ শেহতীয়াকৈ মুকলি কৰা কিতাপখনৰ লেখক কোন?
উত্তৰ: জয়ন্ত ঘোষাল
Related: