1 ৰে'লৱে ব'ৰ্ডৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাক নিযুক্তি দিয়া হৈছে?
উত্তৰ: ভি কে ত্ৰিপাঠী
2. ৰাজহুৱা শৌচালয়ৰ অৱস্থা উন্নত কৰাৰ বাবে 'প্ৰস্ৰাৱৰ অধিকাৰ' অভিযান ক'ত আৰম্ভ কৰা হৈছে?
উত্তৰ: নাগপুৰ
3. শেহতীয়াকৈ কোনে ইণ্ডিয়া গ্যালাক্সি 2021 ৰ খিতাপ জিকিছে?
উত্তৰ: নিকিতা সোকাল
4. শেহতীয়াকৈ কোনে 8ম অনুৰ্ধ-19 (under 19) এছিয়া কাপ জিকিছে?
উত্তৰ: ভাৰত
Related Post:
- IBPS PO/ MT Recruitment 2022 – 6432 Probationary Officer Vacancy
- NHM Assam Recruitment 2022 : 872 Vacancy
5. শেহতীয়াকৈ বাৰ্বাডোছত ভাৰতৰ পৰৱৰ্তী উচ্চায়ুক্ত হিচাপে কাক নিযুক্তি দিয়া হৈছে?
উত্তৰ: এছ বালাচন্দ্ৰন
6. শেহতীয়াকৈ বেংক অফ মহাৰাষ্ট্ৰত কাক কাৰ্যবাহী সঞ্চালক হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে?
উত্তৰ: আশীষ পাণ্ডে
7. শেহতীয়াকৈ ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ 24 তম প্ৰধান হিচাপে কোনে দায়িত্ব গ্ৰহণ কৰিছে?
উত্তৰ: ভি এছ পাঠানিয়া
8. শেহতীয়াকৈ কোনখন ৰাজ্য চৰকাৰে মহাৰ্ঘভাতা(dearness) 3% বৃদ্ধি কৰিছে?
উত্তৰ: উৰিষ্যা
Related Post:
- BSF ASI & HC Recruitment 2022 – 323 Sub Inspector & Head Constable Vacancy
- Animal Husbandry & Veterinary Recruitment 2022: 162 Veterinary Officer Vacancy
- Atal Amrit Abhiyan Assam Recruitment 2022 - Apply Online for 147 Vacancy
9. শেহতীয়াকৈ কোনখন ৰাজ্য চৰকাৰে বৃদ্ধ বয়সৰ পেঞ্চন 1200 ৰ পৰা 1400 ₹ লৈ বৃদ্ধি কৰিছে?
উত্তৰ: উত্তৰাখণ্ড
10. শেহতীয়াকৈ 2 টা শীতকালীন অলিম্পিক ইভেণ্টৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম ভাৰতীয় কোন হৈছে?
উত্তৰ: আৰিফ খান
Related: