1. বৈদ্যুতিক প্ৰবাহৰ একক কি?
Ans: এম্পিয়াৰ
2. কোণৰ একক?
Ans: ৰেডিয়ান
3. চাপৰ একক কি?
Ans: পাস্কেল
4. উষ্ণতাৰ SI একক?
Ans: কেলভিন
6. শক্তিৰ একক?
Ans: জুল
7. বৈদ্যুতিক শক্তিৰ একক?
Ans: ৱাট
8. ৰোধৰ একক?
Ans: ওম
9. ইণ্ডাক্টৰৰ একক কি?
Ans: হেনৰী
10. বলৰ একক?
Ans: নিউটন
11. বৈদ্যুতিক আধানৰ একক?
Ans: কুলম্ব
12. কম্পনাঙ্কৰ একক কি?
Ans: হাৰ্জ
13. তৰংগদৈৰ্ঘ্যৰ একক কি?
Ans: মিটাৰ
14. বৈদ্যুতিক বিভৱৰ একক কি?
Ans: ভল্ট
15. পোহৰৰ তীব্ৰতাৰ একক কি?
Ans: কেণ্ডেলা
16. লুমিনাচ ফ্লাক্সৰ একক কি?
Ans: লুমেন
17. চুম্বকীয় ফ্লাক্সৰ একক কি?
Ans: ৱেবাৰ
18. দৈৰ্ঘ্যৰ একক কি?
Ans: মিটাৰ
19. সময়ৰ একক?
Ans: ছেকেণ্ড
20. ভৰৰ একক কি?
Ans: কিলোগ্ৰাম
21. গতিৰ একক কি?
Ans: মিটাৰ/
22. লেন্সৰ শক্তিৰ একক?
Ans: ডায়প্টাৰ
Related:
- Important Current Affairs Part 10
- Important Current Affairs Part 9
- Important Current Affairs Part 8
- Important Current Affairs Part 7
- Important Current Affairs Part 6
- Important Current Affairs Part 5
- Important Current Affairs Part 4
- Important Current Affairs Part 3
- Important Current Affairs Part 2
- Important Current Affairs Part 1