1. ভাৰতৰ নিৰ্বাচনত প্ৰথমতে NOTA কেতিয়া ব্যৱহাৰ কৰা হৈছিল?
উত্তৰ: 2013 চনৰ পৰা
2. খো- খো খেলত আঠু লৈ মুঠ কেইজন সদস্য বহি থাকে ?
3. অনাম নৃত্য কোন ৰাজ্যৰ?
উত্তৰ: কেৰেলা
4. প্ৰথম অসমীয়া বোলছবিৰ অভিনেত্ৰী কোন?
উত্তৰ: আইদেউ সন্দিকৈ
5. তীৰ্থংকৰ কোন ধৰ্মৰ?
উত্তৰ: জৈন
6. ভাৰতৰ ৰাষ্ট্ৰীয় গছ কি
উত্তৰ: বট গছ
7. আৰ্জেন্টিনাৰ ৰাজধানী কি
উত্তৰ: Buenos Aires
8. লাইহাৰওৱা নৃত্য কোন জনগোষ্ঠীৰ ?
উত্তৰ: Meitei
9. জুবিন গাৰ্গে নিজে অভিনয় কৰা চিনেমাখন কি ?
উত্তৰ: Mission China
10. স্বৰাজ মোৰ জন্মগত অধিকাৰ, ......" কোনে কৈছিল ?
উত্তৰ: Bal Gangadhar Tilak
11. পানীপথৰ ২য় যুদ্ধ কেতিয়া হৈছিল ?
উত্তৰ: 1556
12. Suprim court ৰ প্ৰথম মহিলা ন্যায়াধিক গৰাকীৰ নাম কি
উত্তৰ: Fatima Bibi
13. ভোটদানৰ বয়স ২১ বছৰৰ পৰা ১৮ বছৰ কেতিয়া কৰা হৈছিল ?
উত্তৰ: 1989
14. কলকাতাৰ পৰা দিল্লীলৈ কেতিয়া ৰাজধানীৰ স্থানান্তৰ কৰা হৈছিল ?
উত্তৰ: 1911
15. আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মূখ্য কাৰ্যালয় কত
22. ভাৰতৰ লুণীয়া পানীৰ হ্ৰদ কত
উত্তৰ: গুজৰাটত
23. Pakyang Airport কত
উত্তৰ: ছিকিমত
24. Kanga Fort কত
উত্তৰ: ইম্ফল
25. আগৰতলা-ছিকিম-গেংকটক- .....
উত্তৰ: ডিমাপুৰ
26. টেলিগ্ৰাফ আৱিষ্কাৰ কোনে কৰিছিল
উত্তৰ: ছেমুৱেল মাৰ্ছ
27. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এ কোনখন জিলাক সংলগ্ন নকৰে
উত্তৰ: মৰিগাঁও
28. তিনিটা সংখ্যা pqr ৰ pq ৰ ল:সা:গু: q, qr ৰ ল:সা:গু: r হ'লে, pqr ৰ ল:সা:গু: কিমান ?
29. অলিম্পিকৰ চিহ্নটোত কেইটা গোল থাকে ?
উত্তৰ: 5
30. ভগ্নাংশত লিখা 0.037
উত্তৰ: 37/1000
31. 7, 11, 19, 31, ?, 67
উত্তৰ: 47
32. -76 ক 3 ৰে হৰণ কৰিলে ভাগশেষ কি থাকে ?
উত্তৰ: -1
33. এটা চতুৰ্ভূজৰ কোণ সমূহ 1:3:4:7 অনুপাতত আছে । ডাঙৰ আৰু সৰু কোণটোৰ পাৰ্থক্য
কিমান
?
উত্তৰ: 144
34. ২১) পাচটা ক্ৰমিক সংখ্যাৰ যোগফল ১৯০ হ'লে, সৰু সংখ্যাটো কি ?
উত্তৰ: 36
35. চিপাঞ্জী, নল গাহৰী, নাহৰ ফুটুকী বাঘ, এশিঙীয়া গড় কোনটো ভাৰতৰ থলুৱা নহয় ?
উত্তৰ: চিপাঞ্জী
36. বায়ুমণ্ডলৰ চাপ জোখা যন্ত্ৰটো কি ?
37. অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটো কি ?
উত্তৰ: Digboi
38. root 20x45 + root 0.04 + root 0.64 ?
উত্তৰ: 31
39. এটা চকা ১০০০ পাক ঘূৰোতে অতিক্ৰম কৰে ২২ কি.মি. । চকাটোৰ বাসাৰ্ধ কিমান ?
উত্তৰ: 3.5 m
40. NEFA ৰ সম্পূৰ্ণ ৰূপটো কি ?
উত্তৰ: North-East Frontier Agency (NEFA)
41. মালগুড়ি
ডেইজ
কোনে
লিখিছিল?
উত্তৰ: RK Narayan
42. UNESCO স্বৃকৃত
অসমৰ
ঐতিস্য
ক্ষেত্ৰ
কোনখন
?
উত্তৰ: Kaziranga
43. এয়াৰ এচিয়াৰ মূখ্য কাৰ্য্যালয়
?
উত্তৰ: Sepang, Malaysia
44. কেৰেট একক জোখ কিহত কৰা হয় ?
উত্তৰ: Gold