13 Jan 2023

কৃষিমন্ত্ৰী অতুল বৰাই মুখ্যমন্ত্ৰীলৈ আগবঢ়ালে ৭ কেজি আৰু ৮ কেজি ওজনৰ দুটা ভকুৱা মাছ।

কৃষিমন্ত্ৰী অতুল বৰাই মুখ্যমন্ত্ৰীলৈ আগবঢ়ালে ৭ কেজি আৰু ৮ কেজি ওজনৰ দুটা ভকুৱা মাছ।


নিজৰ টুইটাৰ হেণ্ডেলত ফটো শ্বেয়াৰ কৰি উল্লেখ কৰে মুখ্যমন্ত্রী গৰাকীয়ে। 

atul borah wishes CM Himanta biswa sarma bhogali bihu

"ভোগৰ উৎসৱ ভোগালী বিহুৰ উৰুকাৰ প্ৰাকক্ষণত আজি কেবিনেট সতীৰ্থ শ্ৰীঅতুল বৰাই মোক ৭ আৰু ৮ কিলোগ্ৰামৰ দুটি ভকুৱা মাছ প্ৰদান কৰে আৰু বিহুৰ ওলগ জ্ঞাপন কৰে। তেখেতৰ পৰা এই উপহাৰ লাভ কৰি যথেষ্ট আনন্দিত হৈছোঁ। সতীৰ্থ শ্ৰী বৰালৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।"