অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

1 Sept 2024

Important ASSAM HISTORY Question Answer for ADRE 2024 [SET-1]

 1) অসমৰ প্ৰাচীন নাম কি আছিল ?

  •  A)প্ৰাগজ্যোতিষপুৰ
  •  B) গুৱাহাটী
  •  C) যোৰহাট
  •  D) তেজপুৰ

Answer is প্ৰাগজ্যোতিষপুৰ


ASSAM HISTORY [GK ASSAMESE] SET-1

2) আহোমৰ প্ৰথম ৰজা কোন আছিল ?

  •  A) চুকাফা
  •  B) চুৰাম্ফা
  •  C) গদাধৰ সিংহ
  •  D) উদয়াদিত্য সিংহ


Answer is চুকাফা


3) আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল ?

  •  A) যোৰহাট
  •  B) গুৱাহাটী
  •  C) চৰাইদেউ
  •  D) ডিব্ৰুগড়


Answer is চৰাইদেউ


4) চুকাফাই কিমান খ্ৰীষ্টাব্দত চৰাইদেউত ৰাজধানী পাতি ৰাজ্য শাসন কৰে ?

  •  A) 1228
  •  B) 1253
  •  C) 1560
  •  D) 1260


Answer is 1253


5. আহোমৰ কোনজন ৰজাক নৰীয়া ৰজা বুলি জনা গৈছিল ?

  •  A) জয়ধ্বজ সিংহ
  •  B) চুৰাম্ফা
  •  C) চক্ৰধ্বজ সিংহ
  •  D) চ্যুতিনফা


Answer is চ্যুতিনফা


6. ৰাম-চৰিত-মানস কোনে ৰচনা কৰিছিল ?

  •  A) মাধৱদেৱ
  •  B) তুলসী দাস
  •  C) শংকৰদেৱ
  •  D) মাধৱ কন্দলি


উত্তৰ :- তুলসী দাস


7. ভাৰতবৰ্ষত কিমান চনত সতী দাহ প্ৰথা নিষিদ্ধ কৰা হৈছিল ?

  •  A) 1826
  •  B) 1829
  •  C) 1850
  •  D) 1810


উত্তৰ :- 1829 চনত


8. কোন ৰজাই মোগলক গুৱাহাটী আৰু কামৰূপৰ পৰা খেদিছিল ?

  •  A) গদাধৰ সিংহ
  •  B) জয়ধ্বজ সিংহ
  •  C) চুলিকফা
  •  D) উদয়াদিত্য সিংহ


উত্তৰ :- জয়ধ্বজ সিংহ


9. হিন্দু কলেজ কিমান চনত স্থাপন কৰা হৈছিল ?

  •  A) 1800
  •  B) 1817
  •  C) 1827
  •  D) 1901


উত্তৰ :- 1817 চনত


10. চৈতন্যৰ প্ৰকৃত নাম কি আছিল ?

  •  A) যশৱন্ত
  •  B) দশৱান
  •  C) বিশম্বৰ মিশ্ৰ
  •  D) মাধৱ কন্দলি


উত্তৰ :- বিশম্বৰ মিশ্ৰ


11. মংগল পাণ্ডেক কিমান চনত মৃত্যুদণ্ড দিয়া হৈছিল ?

  •  A) 1920 চনৰ 26 মাৰ্চ
  •  B) 1800 চনৰ 21 এপ্ৰিল
  •  C) 1857 চনৰ 29 মাৰ্চ
  •  D) 1920 চনৰ 30 জানুৱাৰী


উত্তৰ :- 1857 চনৰ 29 মাৰ্চত


12. গীত-গোবিন্দ কোনে ৰচনা কৰিছিল ?

  •  A) মাধৱদেৱ
  •  B) তুলসী দাস
  •  C) শংকৰদেৱ
  •  D) জয়দেৱ


উত্তৰ :- জয়দেৱ


13. ক'ত প্ৰথম আহোম আৰু মোগলৰ মাজত যুদ্ধ হৈছিল ?

  •  A) ভৰালি
  •  B) উত্তৰ গুৱাহাটী
  •  C) যোৰহাট
  •  D) গোলাঘাট


Answer is ভৰালি


14. শ্ৰীমন্ত শংকৰদেৱে কেইটা বৰগীত ৰচনা কৰিছিল ?

  •  A) 157
  •  B) 180
  •  C) 150
  •  D) 160


উত্তৰ :- 157 টা


15. কিমান চনত ইংলেণ্ডত শিল্প বিপ্লৱ সংঘটিত হৈছিল ?

  •  A) 1850
  •  B) 1960
  •  C) 1900
  •  D) 1960


উত্তৰ :- 1960 চনত