1) অসমৰ প্ৰাচীন নাম কি আছিল ?
- A)প্ৰাগজ্যোতিষপুৰ
- B) গুৱাহাটী
- C) যোৰহাট
- D) তেজপুৰ
Answer is প্ৰাগজ্যোতিষপুৰ
2) আহোমৰ প্ৰথম ৰজা কোন আছিল ?
- A) চুকাফা
- B) চুৰাম্ফা
- C) গদাধৰ সিংহ
- D) উদয়াদিত্য সিংহ
Answer is চুকাফা
3) আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল ?
- A) যোৰহাট
- B) গুৱাহাটী
- C) চৰাইদেউ
- D) ডিব্ৰুগড়
Answer is চৰাইদেউ
4) চুকাফাই কিমান খ্ৰীষ্টাব্দত চৰাইদেউত ৰাজধানী পাতি ৰাজ্য শাসন কৰে ?
- A) 1228
- B) 1253
- C) 1560
- D) 1260
Answer is 1253
5. আহোমৰ কোনজন ৰজাক নৰীয়া ৰজা বুলি জনা গৈছিল ?
- A) জয়ধ্বজ সিংহ
- B) চুৰাম্ফা
- C) চক্ৰধ্বজ সিংহ
- D) চ্যুতিনফা
Answer is চ্যুতিনফা
6. ৰাম-চৰিত-মানস কোনে ৰচনা কৰিছিল ?
- A) মাধৱদেৱ
- B) তুলসী দাস
- C) শংকৰদেৱ
- D) মাধৱ কন্দলি
উত্তৰ :- তুলসী দাস
7. ভাৰতবৰ্ষত কিমান চনত সতী দাহ প্ৰথা নিষিদ্ধ কৰা হৈছিল ?
- A) 1826
- B) 1829
- C) 1850
- D) 1810
উত্তৰ :- 1829 চনত
8. কোন ৰজাই মোগলক গুৱাহাটী আৰু কামৰূপৰ পৰা খেদিছিল ?
- A) গদাধৰ সিংহ
- B) জয়ধ্বজ সিংহ
- C) চুলিকফা
- D) উদয়াদিত্য সিংহ
উত্তৰ :- জয়ধ্বজ সিংহ
9. হিন্দু কলেজ কিমান চনত স্থাপন কৰা হৈছিল ?
- A) 1800
- B) 1817
- C) 1827
- D) 1901
উত্তৰ :- 1817 চনত
10. চৈতন্যৰ প্ৰকৃত নাম কি আছিল ?
- A) যশৱন্ত
- B) দশৱান
- C) বিশম্বৰ মিশ্ৰ
- D) মাধৱ কন্দলি
উত্তৰ :- বিশম্বৰ মিশ্ৰ
11. মংগল পাণ্ডেক কিমান চনত মৃত্যুদণ্ড দিয়া হৈছিল ?
- A) 1920 চনৰ 26 মাৰ্চ
- B) 1800 চনৰ 21 এপ্ৰিল
- C) 1857 চনৰ 29 মাৰ্চ
- D) 1920 চনৰ 30 জানুৱাৰী
উত্তৰ :- 1857 চনৰ 29 মাৰ্চত
12. গীত-গোবিন্দ কোনে ৰচনা কৰিছিল ?
- A) মাধৱদেৱ
- B) তুলসী দাস
- C) শংকৰদেৱ
- D) জয়দেৱ
উত্তৰ :- জয়দেৱ
13. ক'ত প্ৰথম আহোম আৰু মোগলৰ মাজত যুদ্ধ হৈছিল ?
- A) ভৰালি
- B) উত্তৰ গুৱাহাটী
- C) যোৰহাট
- D) গোলাঘাট
Answer is ভৰালি
14. শ্ৰীমন্ত শংকৰদেৱে কেইটা বৰগীত ৰচনা কৰিছিল ?
- A) 157
- B) 180
- C) 150
- D) 160
উত্তৰ :- 157 টা
15. কিমান চনত ইংলেণ্ডত শিল্প বিপ্লৱ সংঘটিত হৈছিল ?
- A) 1850
- B) 1960
- C) 1900
- D) 1960
উত্তৰ :- 1960 চনত