অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

15 Sept 2024

ADRE Grade-3 HS Level Exam Paper Solved l ADRE Grade-III Ans Key 15/09/2024

ADRE Grade-3 HS Level Exam Paper Solved l ADRE Grade-III Ans Key.


ADRE Grade-3 HS Level Exam Paper Solved l ADRE Grade-III Ans Key 15/09/2024

1. কাঞ্চিপুৰাম শাৰি কোনখন ৰাজ্যত উৎপাদন কৰা হয়?
Ans: Tamilnadu

2. ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি?

Ans: Kusum Chandra Hazarika

3. শঙ্কৰদেৱৰ আইতাকৰ নাম কি আছিল?

Ans: Serkhuti

4. অলকানন্দা গীতৰ গীতিকাৰ কোন?

Ans: Maitrayee Patar

5. ৰংবং তেৰাঙে ৰচনা কৰা কিতাপ খন?

Ans: Rong Milir Hahi