Assam Postal Circle Recruitment for 639 GDS Posts – Apply Online

By ThejobinAssam

Updated on:

Assam Postal Circle Recruitment for 639 GDS Posts - Apply Online

Assam Postal Circle Recruitment 2026: India Post has released an employment notification for the recruitment of 639 Gramin Dak Sevak (BPM/ ABPM) Vacancies under different post offices under Assam Postal Circle.

অসম ডাকসেৱা বিভাগত খালী হোৱা 639 টা গ্ৰামীণ ডাকসেৱকৰ পদৰ বাবে আবেদনৰ অনলাইন লিংক 31/01/2026 পৰা খুলি দিয়া হব। প্ৰাৰ্থীসকল  তলৰ লিংকত গৈ আবেদন কৰিব পাৰিব।

Assam Postal Circle Recruitment 2026

বিৱৰণতথ্য
নিয়োগকাৰী সংস্থাইণ্ডিয়া পোষ্ট
পদৰ নামগ্ৰামীন ডাক সেৱক (GDS), ব্ৰাঞ্চ পোষ্টমাষ্টাৰ (BPM), সহায়ক ব্ৰাঞ্চ পোষ্টমাষ্টাৰ (ABPM)
মুঠ খালী পদ৬৩৯
আবেদন প্ৰক্ৰিয়াঅনলাইন
পঞ্জীয়নৰ আৰম্ভণি৩১ জানুৱাৰী ২০২৬
পঞ্জীয়নৰ অন্তিম তাৰিখ১৪ ফেব্ৰুৱাৰী ২০২৬
চাকৰিৰ স্থানঅসম
অফিচিয়েল ৱেবছাইটindiapostgdsonline.gov.in
Location / DistrictNumber
Cachar115
Darrang95
Dibrugarh94
Goalpara100
Guwahati24
Nagaon43
Nalbari82
RMS GH2
RMS S3
Sibsagar63
Tinsukia18

Educational Qualification

  • কোনো স্বীকৃতি প্ৰাপ্ত বোৰ্ডৰ পৰা গণিত আৰু ইংৰাজী বিষয়লৈ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হব লাগিব।
  • স্থানীয় ভাষা অৰ্থাৎ অসমীয়া/বড়ো/বঙালী নুন্যতম দশম শ্ৰেণী (Class X) লৈ পঢ়িব লাগিব।
  • এই পদসমূহৰ বাবে অভিজ্ঞ তথা নৱাগত প্ৰাৰ্থীসকলেও আবেদন কৰিব পাৰিব।

Salary: 

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে 10,000 – 14,500 টকা হিচাপত দৰমহা দিয়া হব।

Age Limit: 

আবেদনকাৰীৰ বয়স 18 ৰ পৰা 40 বছৰৰ ভিতৰত হব লাগিব।

Also Read
LNIPE Assam Recruitment 2026 – Apply for 24 Contractual Posts
LNIPE Assam Recruitment 2026 – Apply for 24 Contractual Posts
June 11, 2026
The Lakshmibai National Institute of Physical Education (LNIPE), Assam, North East Regional Centre (NERC), Guwahati has released an official notification...
DDMA Kamrup Recruitment 2026 – Apply Online for District Field Officer Post
DDMA Kamrup Recruitment 2026 – Apply Online for District Field Officer Post
June 11, 2026
The District Disaster Management Authority (DDMA), Kamrup has released an official recruitment notification for the engagement of Field Officer (Disaster...
IASST Guwahati Recruitment 2026 – 05 Posts
IASST Guwahati Recruitment 2026 – 05 Posts
June 11, 2026
Institute of Advanced Study in Science and Technology (IASST), Garchuk, Guwahati has released an official recruitment notification for multiple project-based...
Plugin developed by ProSEOBlogger. Get free gpl themes.

Application Fees

1. এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে 100 টকা আবেদন মাচুল দিব লাগিব।

2. SC/ST/Female আৰু PH প্ৰাৰ্থীয়ে আবেদন মাচুল দিব নালাগে।

How to Apply

পদসমূহৰ বাবে অনলাইন যোগেদি আবেদন কৰিব লাগিব। অনলাইন আবেদন লিংক তলত দিয়া হৈছেl ইচ্ছুক প্ৰাৰ্থী সকলে 31/01/2026 to 14/02/2026 তাৰিখৰ ভিতৰত অনলাইনত আবেদন কৰিব লাগিব।

অনলাইন আবেদন লিংক 
Assam Postal Circle Recruitment of GDS

Apply Online

Advertisement – All Circle 

সকলো বাতৰিৰ আপডেট প্ৰথমে লাভ কৰিবলৈ তলৰ লিংকটোত ক্লিক কৰি আমাৰ হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলত যোগদান কৰক।

Popular Jobs

You May Also Check