Assam Postal Circle Recruitment for 414 GDS Posts – Apply Online

By ThejobinAssam

Updated on:

Assam Postal Circle Recruitment for 639 GDS Posts - Apply Online

Assam Postal Circle Recruitment 2026: India Post has released an employment notification for the recruitment of 414 Gramin Dak Sevak (BPM/ ABPM) Vacancies under different post offices under Assam Postal Circle.

অসম ডাকসেৱা বিভাগত খালী হোৱা 414 টা গ্ৰামীণ ডাকসেৱকৰ পদৰ বাবে আবেদনৰ অনলাইন লিংক 02/09/2026 পৰা খুলি দিয়া হব। প্ৰাৰ্থীসকল  তলৰ লিংকত গৈ আবেদন কৰিব পাৰিব।

Assam Postal Circle Recruitment 2026

বিৱৰণতথ্য
নিয়োগকাৰী সংস্থাইণ্ডিয়া পোষ্ট
পদৰ নামগ্ৰামীন ডাক সেৱক (GDS), ব্ৰাঞ্চ পোষ্টমাষ্টাৰ (BPM), সহায়ক ব্ৰাঞ্চ পোষ্টমাষ্টাৰ (ABPM)
মুঠ খালী পদ414
আবেদন প্ৰক্ৰিয়াঅনলাইন
পঞ্জীয়নৰ আৰম্ভণি২ ছেপ্টেম্বৰ, ২০২৬
পঞ্জীয়নৰ অন্তিম তাৰিখ২১ ছেপ্টেম্বৰ, ২০২৬
চাকৰিৰ স্থানঅসম
অফিচিয়েল ৱেবছাইটindiapostgdsonline.gov.in

Division Wise Vacancy

স্থান / জিলাপদৰ সংখ্যা
কাছাৰ সংমণ্ডল87
দৰং সংমণ্ডল57
ডিব্ৰুগড় সংমণ্ডল7
গোৱালপাৰা সংমণ্ডল58
গুৱাহাটী সংমণ্ডল47
নগাঁও সংমণ্ডল80
নলবাৰী সংমণ্ডল9
শিৱসাগৰ সংমণ্ডল59
তিনিচুকীয়া সংমণ্ডল7
আৰএমএছ GH সংমণ্ডল3
মুঠ414

Language Wise Vacancy

LanguageTotal
অসমীয়া322
বাংলা77
বড়ো15
Total414

Educational Qualification

  • কোনো স্বীকৃতি প্ৰাপ্ত বোৰ্ডৰ পৰা গণিত আৰু ইংৰাজী বিষয়লৈ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হব লাগিব।
  • স্থানীয় ভাষা অৰ্থাৎ অসমীয়া/বড়ো/বঙালী নুন্যতম দশম শ্ৰেণী (Class X) লৈ পঢ়িব লাগিব।
  • এই পদসমূহৰ বাবে অভিজ্ঞ তথা নৱাগত প্ৰাৰ্থীসকলেও আবেদন কৰিব পাৰিব।

Salary: 

  • বিপিএম : ১২,০০০ – ২৯,৩৮০ টকা
  • এবিপিএম/ডাক সেৱক: ১০,০০০ – ২৪,৪৭০ টকা

Age Limit: 

আবেদনকাৰীৰ বয়স 18 ৰ পৰা 40 বছৰৰ ভিতৰত হব লাগিব।

Application Fees

1. এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে 100 টকা আবেদন মাচুল দিব লাগিব।

Also Read
Assam Veterinary Recruitment 2026 [200 VFA Posts]
Assam Veterinary Recruitment 2026 [200 VFA Posts]
August 31, 2026
The Animal Husbandry and Veterinary Department, Assam has issued an official advertisement for the engagement of 200 Veterinary Field Assistant...
Plugin developed by ProSEOBlogger. Get free gpl themes.

2. SC/ST/Female আৰু PH প্ৰাৰ্থীয়ে আবেদন মাচুল দিব নালাগে।

How to Apply

পদসমূহৰ বাবে অনলাইন যোগেদি আবেদন কৰিব লাগিব। অনলাইন আবেদন লিংক তলত দিয়া হৈছেl ইচ্ছুক প্ৰাৰ্থী সকলে 02/09/2026 to 21/09/2026 তাৰিখৰ ভিতৰত অনলাইনত আবেদন কৰিব লাগিব।

অনলাইন আবেদন লিংক 
Assam Postal Circle Recruitment of GDS

Apply Online

Advertisement – All Circle 

সকলো বাতৰিৰ আপডেট প্ৰথমে লাভ কৰিবলৈ তলৰ লিংকটোত ক্লিক কৰি আমাৰ হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলত যোগদান কৰক।

Popular Jobs

You May Also Check